• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষীৰ জালত পৰিও কিয় বাৰে বাৰে ওলাই আহে এইগৰাকী মহা প্ৰৱঞ্চক?

তদন্তকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ক্ষোভ মানৱ অধিকাৰ কৰ্মীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 14, 2020 2:23 pm
Prabansok Final
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত দিনক দিনে বৃদ্ধি হৈ আহিছে প্ৰৱঞ্চকৰ টিঘিল ঘিলনী।

কিন্তু আইনৰ সুৰুঙাৰে নে তদন্তকাৰী আৰক্ষী বিষয়াৰ দুৰ্বল স্থিতিৰ বাবে প্ৰৱঞ্চনা কৰি দুদিনমান জেইলৰ ভাত খাই মুকলি আকাশৰ তললৈ ওলাই আহি পুনৰ আৰম্ভ কৰেহি প্ৰৱঞ্চনা?

Apply Now

আমি যোৰহাটৰ এগৰাকী প্ৰবঞ্চকৰ কথা এই বাতৰিত ক’বলৈ বিচাৰিছো। তেওঁৰ নাম বিশ্ব বিৰাজ ভৰদ্বাজ আৰু ঘৰ যোৰহাট চহৰৰ মাজ মজিয়াত।

পেচাত তেওঁ এগৰাকী প্ৰবঞ্চক। বহুতো লোককে তেওঁ প্ৰৱঞ্চনা কৰি চলি আহিছে। কাৰোবাক যদি চাকৰি দিয়াৰ নামত প্ৰবঞ্চনা কৰিছে আন কাৰোবাক আকৌ ঘৰ ভাড়া দিয়াৰ বিনিময়ৰ বাবদ প্ৰৱঞ্চনা কৰি আহিছে।

কেতিয়াবা ধৰা পৰি তেওঁ আৰক্ষীৰ জালত পৰে বা কেইদিনমান কাৰাগাৰৰ ভাত খাই পুনৰ ওলাই আহে।

আন কেতিয়াবা আকৌ আৰক্ষীৰ জিম্মাত থাকিয়ে জামিন লাভ কৰি ওলাই আহে।

জেইলৰ পৰা ওলাই আহি বিৰাজে পুনৰ আৰম্ভ কৰে প্ৰৱঞ্চনা।

বিৰাজৰ প্ৰৱঞ্চনাৰ কেইটামান ঘটনা তলত উল্লেখ কৰা হ’ল।

২০১৭ৰ এপিল মাহত কাহিলীপাৰাৰ এজন লোকৰ পৰা ঘৰ/ সম্পত্তিৰ বিনিময়ত  ৮০ হাজাৰ টকা সৰকাই তিনি বছৰ ধৰি পালতকহৈ থকাৰ পিছত প্ৰৱঞ্চকটোক যোৱা নিশা গ্ৰেপ্তাৰ কৰা হয়।

যোৱা নিশা ভঙাগড় আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ঢাপকতা বৰ সত্ৰৰ স্থায়ী নিবাসী বিশ্ব বিৰাজ ভৰদ্বাজ নামৰ প্ৰফেচনেল প্ৰৱঞ্চকটোক ভঙাগড়ৰ শান্তি পথৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

তেওঁৰ বিৰুদ্ধে ভঙাগড় থানাত ২২৮/২০ নম্বৰ ভাৰতীয় দণ্ডবিধি ৪২০/৪০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখযোগ্য যে বহুবাৰ গ্ৰেপ্তাৰ হোৱা আৰু সাধাৰণ ৰাইজৰ ৰোষৰ বলি হোৱা এই প্ৰৱঞ্চকটোৱে কেইদিনমান পূৰ্বে মহানগৰীৰ বিনয় কুমাৰ নাথ নামৰ এজন লোকক ঘৰ ভাড়া দিয়াৰ নামত১১ হাজাৰ টকা প্ৰৱঞ্চনা কৰি নিছিল।

১০ জুনৰ নিশা লতাশিল আৰক্ষীয়ে বিনয় কুমাৰ নাথে দিয়া এক গোচৰৰ ভিত্তিত বিশ্ব বিৰাজক গ্ৰেপ্তাৰ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, ১২ জুনতেই মুকলি হ’বলৈ সক্ষম হোৱাত সাধাৰণ ৰাইজৰ চকু কপালত উঠিছে।

এই ‘মহা প্ৰৱঞ্চক’জন গ্ৰেপ্তাৰ হৈ যোৱাৰ পাছত বাৰেপতি কেনেকৈ ওলাই আহে তাক লৈ উদ্বিগ্ন হৈ পৰিছে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় ‘তদন্তকাৰী আৰক্ষী বিষয়াৰ দুৰ্বল স্থিতি বা তেওঁৰ কেচ ডায়েৰী দুৰ্বল হোৱাৰ বাবেই আদালতে এনে দোষী লোকক এৰি দিবলৈ বাধ্য হয়।‘

সেয়ে ডঃ শইকীয়াই এনে অপৰাধীয়ে যেন সোনকালে মুকলি হৈ সাধাৰণ নাগৰিকক পুনৰ যাতে ঠগ প্ৰৱঞ্চনা কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী আৰু  আদালতে উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd