DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীক নাগৰিকত্ব বিধেয়ক বাতিল কৰিবলৈ আহ্বান জনাই ৰঙাঘৰত সোমাল যুৱক

মুকুট দাস by মুকুট দাস
November 21, 2018 10:25 pm
accused Pranob Borah

ফে'চবুক প'ষ্ট দি গ্ৰেপ্তাৰ হ'বলীয়া হোৱা প্ৰনব বৰা

2.2k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক যদি বাতিল কৰা নহয় তেন্তে আত্মহত্যা নাইবা উগ্ৰপন্থী সংগঠনত যোগ দিম বুলি ফে’চবুকত প’ষ্ট দি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল যোৰহাটৰ এগৰাকী যুৱক।

গুৱাহাটীৰ ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক যোৰহাটৰ কাকজান বেছাপতিগাঁৱৰ প্ৰনব বৰা (২৩) বুলি চিনাক্ত কৰা হৈছে।

প্ৰনব বৰাৰ ফে’চবুক প’ষ্ট

ঘটনা সম্পৰ্কত ভৰলুমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিকান্ত চমুৱাক সোধাত তেওঁ নৰ্থ-ইষ্ট নাওক কয়, ‘অভিযুক্ত যুৱকজনে বিধেয়কখন চৰকাৰে বাতিল নকৰিলে হয় ব্ৰহ্মপুত্ৰত আত্মহত্যা নহ’লে বিদ্ৰোহী সংগঠন আলফাত যোগদান কৰিব বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক হুংকাৰ দিছিল।‘

বুধবাৰে পুৱা ভৰলুমুখৰ সমীপৰ পৰা যুৱকজনক আটক কৰা হয় বুলি জানিবলৈ দি চমুৱাই কয় যে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (বি) ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ (এফ) ধাৰাৰ অধীনত ৯৪৯/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে।

পৰৱৰ্তী সময়ত ধৃত প্ৰনব বৰাক কামৰূপ (ম) মূখ্য ন্যায়িক দণ্ডাধিশৰ আদালতত হাজিৰ কৰাই আবেলিলৈ জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আলফা স্বাধীনত যুৱকসকলে যোগদান কৰিবলৈ লোৱা বিষয়টোত সতৰ্ক থাকিবলৈ সকলোবোৰ জিলাৰ আৰক্ষী অধীক্ষকসকলক কঠোৰ নিৰ্দেশ দিছিল।

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd