• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফিলিপাইনছত কোভাক্সিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি বিচাৰি ভাৰত বায়’টেকৰ আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2021 9:18 am
covaxin-1
136
VIEWS
Share on FacebookShare on Twitter

দেশত কিছুদিন পূৰ্বে সৰ্বসাধাৰণ লোকৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া দেশীয় ভাবে প্ৰস্তুত কোভিডৰ প্ৰথম ভেকচিন কোভাক্সিন এতিয়া হয়তো বিদেশতো  উপলব্ধ হ’ব।

ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰৰ অনুমতি বিচাৰি কোভাক্সিনৰ উৎপাদনকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে আবেদন জনাইছে।

ভাৰত বায়’টেকৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে ফিলিপাইনছত কোভাক্সিনৰ জৰুৰীকালিন ব্যৱহাৰৰ অনুমতি বিচাৰি প্ৰতিস্থানটোৱে আবেদন জনাইছে।

ফিলিপাইনছত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শম্ভূ কুমাৰণেও এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ফিলিপাইনছৰ চৰকাৰে কোভাক্সিনৰ জৰুৰী ব্যৱহাৰত অনুমতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

কোভাক্সিনৰ ব্যৱহাৰত অনুমতি লাভ কৰিলেই ভাৰত বায়’টেকে ফিলিপাইনছলৈ ভেকচিন বিধ ৰপ্তানি কৰাৰ বাট প্ৰশস্ত হ’ব বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য ভাৰতে সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি কোভাক্সিন প্ৰস্তুত কৰি উলিয়াইছে।

এই ভেকচিন বিধে কোভিড প্ৰতিহত কৰাৰ ক্ষেত্ৰত বেছ ভাল ফল দেখুওৱাৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে।

ইপিনে বাংলাদেশেও ভাৰতৰ সৈতে লগলাগি কোভিডৰ ভেকচিন উৎপাদন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

কোভাক্সিন ৰপ্তানি কৰি ভাৰতে বিপুল মাত্ৰাত বৈদেশিক মুদ্ৰা অৰ্জন কৰিব পাৰিব বুলি আশা কৰা হৈছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd