• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাত আক্ৰান্তৰ হাৰ হ্ৰাস কৰা ৰাজস্থানৰ ভিলৱাৰা মডেল কি?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 7, 2020 8:32 pm

1 min read

Story-2-13-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

931
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ ভিলৱাৰাত একেলগে ২৫ টা ক’ৰ’না ভাইৰাছ প’জিটিভৰ ঘটনা পোহৰলৈ অহাৰ পাছত বৰ্তমান ভিলৱাৰাত ক্ৰমাৎ হ্ৰাস পাইছে ক’ৰ’নাত আক্ৰান্ত হোৱাৰ সংখ্যা।

ৰাজস্থান চৰকাৰে ‘ভিলৱাৰা মডেল’ নামৰ এক পৰিকল্পনা গ্ৰহণ কৰাৰ পাছতে ভিলৱাৰাত ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা আচৰিতভাৱে হ্ৰাস পাইচে বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

ভিলৱাৰা মডেল কি?

ভিলৱাৰা হ’ল ৰাজস্থানৰ এটা অঞ্চল য’ত একেলগে ২৫ টা ক’ৰ’না প’জিটিভৰ ঘটনা পোহৰলৈ আহিছিল। ইয়াৰ পাছতে ৰাজস্থান চৰকাৰে ভিলৱাৰাত একেলগে ২০০০ টা দলক নিযুক্ত কৰি মুঠ ২৮ লাখ লোকক ঘৰে ঘৰে গৈ নিৰীক্ষণত ৰাখিছিল।

ভিলৱাৰাত ৩ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ মহা কাৰ্ফিউ ঘোষণা কৰা হৈছে আৰু এই সময়ছোৱাত ভিলৱাৰাৰ কোনো লোক ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব। অঞ্চলটোত নিযুক্ত কৰ্মচাৰী সকলে তেওঁলোকৰ ঘৰে ঘৰে গৈ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব।

উল্লেখযোগ্য যে, বৰ্তমানলৈ ভাৰতত ৪,৫০০ গৰাকীতকৈ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু মুঠ ১২৪ গৰাকী লোকৰ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

Tags: COVID-19

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd