• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত কেওট জাতীয় পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন : অনুসূচিত জাতিৰ মৰ্যাদা দাবী

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , February 1, 2021 6:40 pm

1 min read

বোকাখাতত কেওট জাতীয় পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন : অনুসূচিত জাতিৰ মৰ্যাদা দাবী
129
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ কেওট আঞ্চলিক সমিতিৰ সৌজন্যত স্থানীয় নাট্য মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম কেওট জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন অনুস্থিত হৈ যায়।

৩০ আৰু ৩১ জানুৱাৰিত অনুষ্ঠিত কেওট জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনত সংগঠনটোৱে অনুসূচিত জাতিৰ মৰ্যাদা দাবী উত্থাপন কৰে।

এই দাবীৰ সম্পৰ্কত ইতিমধ্যে অসম চৰকাৰক অৱগত কৰা বুলিও জনাইছে সংগঠনটোৱে।

অসমত ৮০ লাখ লোক আছে। ভাৰতৰ অন্য ৰাজ্যত ইতিমধ্যে কেওট সকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰিছে। সেই সূত্ৰে অসমতো সেই মৰ্যদা পাব লাগে বুলি বোকাখাতৰ অধিবেশনত দাবী কৰিছে কেওট জাতীয় পৰিষদে।

বোকাখাতত দুদিনীয়াকৈ অনুস্থিত অধিৱেশনৰ প্ৰথমদিনা অনুষ্ঠিত বিষয় বাচনি সভাত আগন্তুক দুটা বছৰৰ বাবে ৰজত শইকীয়াক সভাপতি আৰু ৰাজেন শইকীয়াক সম্পাদক হিচাবে নিৰ্বাচিত কৰি নতুন জিলা সমিতি গঠন কৰা হয়।

দ্বিতীয় দিনা পুৱা উষা কীৰ্ত্তন, বৃক্ষ ৰোপন, স্মৃতি তৰ্পণ আৰু পতাকা উত্তোলনৰ পিছতেই এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

বিয়লিলৈ আয়োজিত মুকলি সভাত অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা কুঁৱলী নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

উল্লেখ্য যে অহা মাৰ্চ মাহত লখিমপুৰৰ বিহপুৰীয়াত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক অধিৱেশনতে দৌ অসম কেওট জাতীয় পৰিষদৰ পৰৱৰ্তী কাৰ্যপন্থা নিশ্চিত হ’ব বুলি জনাইছে সংগঠনটোৱে।

Recent News

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজ্বলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজ্বলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

IMG-20210301-WA0015(1)

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৪৮ ঘন্টীয়া অসহযোগ আন্দোলন

index.jpg

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd