DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদেন প্ৰশাসনে চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰপতি হিচাবে নিযুক্তি দিলে ভাৰতীয় মূলৰ ছালিনাক

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2021 7:05 am
bid
171
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিদেনৰ প্ৰশাসনে চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰপতিৰ পদত উপবিষ্ট কৰোৱালে এগৰাকী ভাৰতীয় মূলৰ মহিলাক।

ছালিনা ডি কুমাৰ নামৰ ভাৰতীয় মূলৰ মহিলাগৰাকীয়ে মিচিগানৰ চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰপতি হিচাবে নিযুক্তি লাভ কৰিছে।

ছালিনাই ইয়াৰ পূৰ্বে ২০০৭ চনৰ পৰাই অকলেণ্ডৰ ষষ্ঠ চাৰ্কিট কোৰ্টৰ মুখ্য বিচাৰক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য ছালিনাই হৈছে আমেৰিকাৰ মিচিগানৰ চাৰ্কিট কোৰ্টৰ ফেডাৰেল জাজ  হিচাবে নিযুক্তি লাভ কৰা দক্ষিণ এছিয়াৰ প্ৰথমগৰাকী মহিলা।

হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত কোৱা হৈছে যে ছালিনাই সাধাৰণ গোচৰৰ লগতে ফৌজদাৰীগোচৰ সমূহো চোৱা-চিতা কৰিব।

মিচিগান বিশ্ব বিদ্যালয়ৰ পৰা তেওঁ ১৯৯৩ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।ইয়াৰ পিছতে তেওঁ ১৯৯৬ চনত ডেট্ৰইট-মাৰ্চি স্কুল অব ল’ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

২০০৭ চনৰ ২০ আগষ্টত তেওঁক অকলেণ্ডৰ ষষ্ঠ চাৰ্কিট কোৰ্টৰ ন্যায়াধীশ হিচাবে নিযুক্তি লাভ কৰিছিল।

বিদেন প্ৰশাসনে ছালিনাৰ বাহিৰেও আন বহু কেইগৰাকী ভাৰতীয় মূলৰ লোকক দেশ খনৰ বহু উচ্চ পদবীত অধিষ্ঠিত কৰিছে।

ইয়াৰ পূৰ্বে ভাৰতীয়-আমেৰিকান ছাব্ৰিনা সিঙক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ কাৰ্যকালত হোৱাইট হাউছৰ ডেপুটি প্ৰেছ চেক্ৰেটাৰী হিচাপে নিযুক্ত হৈছে।

ছাব্ৰিনা সিং বিডেন-হেৰিছ প্ৰচাৰ অভিযানৰ উপ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত কমলা হেৰিছৰ প্ৰেছ চেক্ৰেটাৰী আছিল।
ছাব্ৰিনাই পূৰ্বে ডেম’ক্ৰেটিক নেশ্যনেল কমিটিৰ ডেপুটি কমিউনিকেশ্যন ডিৰেক্টৰ, আমেৰিকান ব্ৰীজ’ছ ট্ৰাম্প ৱাৰ ৰুমৰ মুখপাত্ৰ আৰু ২০১৬চনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিলাৰী ক্লিন্টনৰ ৰিজ’নেল কমিউনিকেশ্যন ডিৰেক্টৰ হিচাপেও কাম কৰিছিল।

Recent News

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd