• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ বাবে এইবাৰ পহিলা বহাগত নিজম পৰিল ৰংঘৰৰ বাকৰি 

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 14, 2020 4:30 pm
Rangghar bakori

ৰংঘৰৰ বাকৰিত বিহু উদযাপন

1.8k
VIEWS
Share on FacebookShare on Twitter

স্বৰ্গদেউ ৰুদ্ৰসিংহই চোতালৰ পৰা বিহুক ৰংঘৰ বাকৰিলৈ আনিছিল। প্ৰতি বছৰে পহিলা বহাগৰ দিনা ঢোল পেপাঁৰ মাতত ৰজনজনই থাকে ৰংঘৰৰ বাকৰি।

অসমৰ বাপোতি সাহোন ৰঙালী বিহুত বিহু নৃত্য প্ৰদৰ্শনেৰে ৰংঘৰৰ বাকৰিত ৰঙৰ নিজৰা বোৱাই ৰংপুৰীয়া নাচনিয়ে। সেইদিনা কেৱল বিহু নৃত্য বা হুচৰিয়েই নহয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব কলা সংস্কৃতি, পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনেৰে প্ৰাণ পাই উঠে ৰঙালী উৎসৱ।

এইবাৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি নিমাত, নিতাল, নিস্তব্ধ।

বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীক ক’ৰ’নাই গ্ৰাস কৰিছে। যাৰ বাবে দেশত ল’কডাউন ঘোষণা কৰিবলগীয়া হৈছে।  ল’কডাউনৰ বাবে গৃহবন্দী হৈ পৰিছে ৰাজ্যৰ জনসাধাৰণ।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত হবলগীয়া মুকলি বিহুৰ সকলো ধৰণৰ কাৰ্যসূচী বাতিল কৰা হয়।

কেৱল মাত্ৰ উদ্যোক্তা সমিতিৰ বিষয়ববীয়াই সামাজিক দূৰত্ব মানি বিহুৱান উত্তোলন কৰি পহিলা বহাগৰ কাৰ্যসূচীৰ সামৰণি মাৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে সমগ্ৰ কাৰ্য্যসূচী বাতিল কৰিবলগীয়া হোৱাত স্বৰ্গদেউৰ ৰংঘৰৰ বাকৰি নিজ পৰে।

হেপাহৰ ৰঙালীক ৰংঘৰৰ বাকৰিত উদযাপন কৰিব নোৱাৰি ৰংপুৰীয়া ৰাইজে দুখ পাইছে যদিও জনসাধাৰণৰ মংগলৰ বাবে তেওঁলোকে এই ত্যাগ কৰিবলৈ সাজু আছে বুলি জনায়।

আনহাতে, উদযাপন সমিতিয়ে এইবাৰ সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছে।

ঘৰতে বিহু নৃত্য, ঢোল-পেপাঁ বজোৱাৰ ভিডিঅ’ প্ৰস্তুত কৰি উদযাপন সমিতিলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় উদযাপন সমিতিৰ বিষয়ববীয়া সকলে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd