DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ বিলাসীপাৰা জিলা সমিতি গঠন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
February 4, 2022 5:43 pm
দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ বিলাসীপাৰা জিলা সমিতি গঠন
126
VIEWS
Share on FacebookShare on Twitter

বিলাসীপাৰাৰ বাঙালীপাৰা হাই মাদ্ৰাছাত অনুষ্ঠিত দেশী জনোগোষ্ঠীয় মঞ্চ, অসমৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত জুলফিকৰ আলী শ্বেখক সভাপতি আৰু নুৰল আমিন সৰকাৰক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ বিলাসীপাৰা জিলা সমিতিৰ বিদায়ী সভাপতি নহৰুদ্দিন শ্বেখৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত পর্যবেক্ষক হিচাপে উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি শ্বেইখ হেদায়েতুল্লা আৰু সাধাৰণ সম্পাদক সহিদুল ইছলাম।

বিলাসীপাৰাৰ বেলতলীত অনুষ্ঠিত এখন সভাত দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ পূৰ্ণাঙ্গ জিলা সমিতিখন গঠন কৰা হয় বুলি নৱ নিৰ্বাচিত জিলা সভাপতি জুলফিকৰ আলী শ্বেখে জানিবলৈ দিছে।

সিদিনাৰ সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে চামছুল হ’ক প্ৰধানী। নৱ নিৰ্বাচিত সভাপতি শ্বেখে জানিবলৈ দিয়া মতে উপ সভাপতি হিচাপে মইনুল হ’ক, সাহিদল ইছলাম, আজিজুল হ’ক, জাহিদুৰ ৰহমান আৰু খুজিৰুল ইছলামৰ লগতে সহকাৰী সম্পাদক হিচাপে ৰফিকুল ইছলাম, চাহিনুৰ ইছলাম, মৌলনা নুৰুল ইছলাম আৰু সহিৰুদ্দিন শ্বেখক নিৰ্বাচিত কৰা হৈছে।

দেশী জনগোষ্ঠীও মঞ্চৰ বিলাসীপাৰা জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক হিচাপে নজেৰ আলী, ছাহজামাল হ’ক, সঞ্জীলা বেগম, ধন ভৰালী হিচাপে বদিউদ জামনক আৰু ৰাজ্যিক প্ৰতিনিধি হিচাপে বদিউদ জামান আৰু প্ৰচাৰ সম্পাদক হিচাপে মেহবুব আলম, ছফিয়ৰ ৰহমান আৰু সুৰত জামাল হ’কক নিৰ্বাচিত কৰা হৈছে।

Recent News

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd