• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World Blood Donor Day: ৰক্তদান কৰি যুৱকে দেখুৱাইছে আদৰ্শ; এতিয়ালৈকে ১৩৮ বাৰ ৰক্তদান কৰিলে বিশ্বনাথৰ বিলাল শ্বেখে

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
June 14, 2022 7:09 pm
ৰক্তদানেৰে আনৰ জীৱন বচোৱা বিল্লাল শ্বেখ। ফটো: নৰ্থইষ্ট নাও।

ৰক্তদানেৰে আনৰ জীৱন বচোৱা বিল্লাল শ্বেখ। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্ব ৰক্তদান দিৱস। আজিৰ এই বিশেষ দিনটোতে চৰ্চালৈ আহিছে এগৰাকী যুৱক। আজি আমি চিনাকি কৰি দিবলৈ লৈছো বিশ্বনাথৰ এনে এজন ৰক্তদাতাক, যিগৰাকীয়ে শতাধিকবাৰ ৰক্ত দান কৰি আনক জীৱন দান কৰি আহিছে। এগৰাকী সুস্থ লোকে জীৱনত কিমান বাৰ ৰক্ত দান কৰিব পাৰে? আপুনি শুনি আচৰিত হ’ব যে এই গৰাকী যুৱকে ৰক্তদান কৰি শতক অতিক্ৰম কৰিলে।

মুছলমান সম্প্ৰদায়ৰ এই যুৱকগৰাকীৰ নাম বিলাল শ্বেখ। এই বিলাল শ্বেখে আজি পৰ্যন্ত এশ আঠত্ৰিশ গৰাকী বিভিন্ন ধৰ্মালম্বীলোকক ৰক্তদান কৰি জীৱন দান কৰিছে। এই বিলাল শ্বেখে আজিও বিশ্ব ৰক্তদান দিৱস উপলক্ষে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত ৰক্তদান কৰি সাংবাদিকৰ আগত নিজৰ অভিজ্ঞাতৰ বিষয়ে জনালে।

লগতে পঢ়ক: পিপিই কিট কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ আম আদমী পাৰ্টি; শিৱসাগৰত ল’লে প্ৰতিবাদী কাৰ্যসূচী

Apply Now

ৰক্তদান কৰোতে কোন কি সম্প্ৰদায়ৰ আজি পৰ্যন্ত বিলাল শ্বেখে নিৰ্বাচন কৰা নাই। মুঠতে বিশ্বনাথত কাৰোবাৰ যদি ৰক্তৰ প্ৰয়োজন হয়, প্ৰথম বিলাল শ্বেখৰে নাম সকলোৰে মনলৈ আহে। এই বিলাল শ্বেখে বৰ্তমান আনৰ গেলামাল দোকানত কৰ্মচাৰী হিচাপে থাকি নিজৰ পৰিয়াল পোহ পাল দি আহিছে।

ফটো: নৰ্থইষ্ট নাও।

অসমত হয়তো এনে খুব কম উদাহৰণ ওলাব যিয়ে এশজনতকৈ অধিক লোকক ৰক্তদানেৰে জীৱন দান কৰিছে। তথাপি আজি পৰ্যন্ত এই বিলাল শ্বেখে কোনো চৰকাৰী অথবা প্ৰশাসনৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। নীৰবে কৰি অহা আনৰ জীবন ৰক্ষা কৰা এই যুঁ‌জত বিলাল শ্বেখৰ অৱদান কি সেয়া কেবল ভূক্তভোগীয়েহে ভালকৈয়ে জানে।

লগতে পঢ়ক: স্বামীক হত্যা: ‘হাউ টু মাৰ্ডাৰ ইয়ৰ হাজবেণ্ড’ গ্ৰন্থৰ লেখিকাক যাৱজ্জীৱন কাৰাদণ্ড!

জীবিকা অৰ্জন প্ৰক্ৰিয়া অতি সাধাৰণ হ’লেও বিলাল শ্বেখ কৰ্মৰে মহান। যি সময়ত দেশৰ বিভিন্ন স্থানত ধৰ্মক লৈ অসহিষ্ণু পৰিবেশ সৃষ্টি হৈছে, হিন্দু মুছলমানকলৈ একাংশ লোকে লেতেৰা ৰাজনীতি আৰম্ভ কৰিছে, সেই সময়তে বিশ্বনাথৰ এই বিলাল শ্বেখ তেনে ধৰ্মীয় অসহিষ্ণুতাৰ বিৰুদ্ধে ৰক্তদানৰ জৰিয়তে মানৱতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

কাজি জেইদুল ইছলাম, বিশ্বনাথ

কাজি জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd