• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সতীনাথ বাৰালৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ : সতীনাথক নিজে অসমত আহি ক্ষমা খোজাৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 3, 2018 11:55 am
Bir Lacheet Hena

পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ দিছে বীৰ লাচিত সেনাই।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শংকৰদেৱক অপমান কৰাৰ লগতে অসমবাসীক মূৰ্খ বুলি কোৱা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক উত্তৰ-পূবৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে ৰামদেৱে নিউজ চেনেল এ এন আইৰ জৰিয়তে ক্ষমা বিচৰাৰ পাছতো ক্ষান্ত নহয় বীৰ লাচিত সেনা।

সেয়েহে আজি বীৰ লাচিত সেনাৰ মহানগৰ শাখাই পলমকৈ হ’লেও দিচপুৰ থানাত এখন এজাহাৰ দাখিল কৰে সতীনাথ বাৰালৰ বিৰুদ্ধে।

Apply Now

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু অসমীয়া জাতিৰ আৱেগ-অনুভূতি তথা ধৰ্মীয় অনুভূতিত আঘাত দি অপমানসূচক আৰু টুলুঙা মন্তব্য দিয়াৰ বাবে তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী তুলি এই এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে, বীৰ লাচিত সেনা অসমে সতীনাথ বাৰালক নিজে অসমত উপস্থিত হৈ ক্ষমা খোজাৰ বাবে দাবী জনায়।

লগতে, চূড়ান্ত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত বীৰ লাচিত সেনাই সমগ্ৰ অসমতে পতঞ্জলি নামৰ প্ৰতিষ্ঠানটো বন্ধ ৰাখিবৰ বাবে দাবী জনায়।

তদুপৰি, এজাহাৰখন দাখিল কৰাৰ পাছতেই বীৰ লাচিত সেনা, অসমৰ কামৰূপ মেট্ৰ’ৰ সাংগঠনিক সম্পাদক ৰাজদ্বীপ বৰুৱাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, “সতীনাথ বাৰালক গ্ৰেপ্তাৰ নকৰা পৰ্য্যন্ত বীৰ লাচিত সেনা অসম ক্ষান্ত নাথাকে।”

আনহাতে, পতঞ্জলিৰ নিৰীক্ষকগৰাকীক অব্যাহতি দিয়া কাৰ্য্যটো দেখুৱাবৰ বাবেহে কৰা হৈছে বুলি দাবী কৰে সাংগঠনিক সম্পাদকগৰাকীয়ে।

তেওঁ লগতে কয়, “পতঞ্জলিয়ে শংকৰদেৱ অসমৰ বাবে কি হয়, নাজানে একো। সেয়েহে এনেদৰে টুলুঙা মন্তব্য কৰিছে। সতীনাথ বাৰালে মন্তব্য কৰাৰ আগতে শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰি জানি লোৱাটো ভাল আছিল।”

আনহাতে, সতীনাথ বাৰালক গ্ৰেপ্তাৰ নকৰা পৰ্য্যন্ত মহানগৰৰ যিমান সংখ্যক পতঞ্জলিৰ বিপণি আছে, সেইবোৰ খুলিবলৈ দিয়া নহ’ব বুলিও দাবী জনায়।

উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে কৰা কটু মন্তব্যৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ বোকাখাত গোটে কালি বোকাখাতত থকা পতঞ্জলিৰ সকলো প্ৰতিষ্ঠান বন্ধ কৰি দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd