DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বীৰ লাচিত সেনাৰ প্ৰতিবাদত বাধা আৰক্ষীৰ, শৃংখল চলিহাক আটক

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
January 3, 2022 5:35 pm
Srinkhal Chaliha
308
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ চহৰৰ কে পি এম চাৰিআলিৰ পৰা আজি আৰক্ষীয়ে আটক কৰে শৃংখল চলিহাসহ বীৰ লাচিত সেনাৰ কেইবাজনো নেতাক।

APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষা বাদ দিয়াৰ প্ৰতিবাদত আজি শিৱসাগৰত বীৰ লাচিত সেনাই সংকল্প শিখা জোঁৰ সমদলৰ এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে আৰক্ষীয়ে আগতীয়াকৈ জানিব পাৰি উক্ত প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰাৰ লগতে কে পি চাৰিআলিত নিচিদ্ৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলে।

পিছত শিৱসাগৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে ধৰি বহু কেইজন কৰ্মীক আটক কৰি শিৱসাগৰ সদৰ আৰক্ষী থানালৈ লৈ যায়।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd