• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৰাইজৰ দল’ৰ পৰা সঁচাকৈ সমৰ্থন উঠাই ল’লে নেকি ‘বীৰ লাচিত সেনা’ই ? স্পষ্টীকৰণ কেন্দ্ৰীয় নেতৃত্বৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 6, 2020 8:45 pm
WhatsApp-Image-2020-10-02-at-1.03.40-PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে যে বীৰ লাচিত সেনা অসমে ‘ৰাইজৰ দল’ৰ পৰা সমৰ্থন উঠাই ল’লে।

কিন্তু এয়া একেবাৰে ‘অসত্য বাতৰি’ বুলি দাবী কৰিছে বীৰলাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনে।

Apply Now

ছ’চিয়েল মেডিয়াত এক ভিডিঅ’যোগে পানীফুকনে কয় ‘খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ বাবে যাতে ৰাইজৰ দলে এক নিৰ্ণায়ক ভুমিকা ল’ব পাৰে সেইকাৰণে বীৰ লাচিত সেনা অসম এই দলটোৰ সৈতে জড়িত হৈছো। ভৱিষ্যতেও সাম্প্ৰদায়িক তথা ৰাষ্ট্ৰীয় শক্তিৰ বিৰুদ্ধে কিদৰে যুঁজিব পাৰি তাৰ প্ৰচেষ্টা হাতত ল’ম।‘

ইপিনে, নামনি অসমৰ জিলা সমিতি কেইখনমানেহে এই সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘কেন্দ্ৰীয় নেতৃত্বলৈ তেওঁলোকে সিদ্ধান্তসমূহ প্ৰেৰণ নকৰি পোনে পোনে সংবাদমাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিলে। সেয়েহে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সেই জিলা সমিতিসমূহৰক কৈফয়ৎ তলৱ কৰি জাননী জাৰি কৰা হৈছে।‘

ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে সংযুক্ত হোৱাৰ সময়তেই ‘বীৰ লাচিত সেনা’ অসমৰ প্ৰাথমিক চৰ্ত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকৰ চৰ্ত অনুসৰি আমছু এই প্ৰক্ৰিয়াৰ সৈতে জড়িত থাকিব নোৱাৰিব।

‘আমছুৰ যেতিয়া গঠিত হৈছিল তেওঁলোকৰ সমগ্ৰ বিষয়টো খিলঞ্জীয়া বিৰোধী আছিল। সেয়েহে আমি আমছুক আওতাৰ বাহিৰত ৰাখিছিলো। তেওঁলোকেও প্ৰতিশ্ৰুতি দিছিল যে আমছু এই আওতাৰ পৰা বাহিৰত থাকিব।‘ পানীফুকনে এইদৰে কয়।

ৰাইজৰ দলে যেতিয়ালৈকে খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি যাব সেই পৰ্যন্ত বীৰ লাচিত সেনা অসম এই ৰাজনৈতিক দলত থাকিব বুলি পানীফুকনে দাবী কৰে।

তেওঁ আৰু কয় ‘ৰাইজৰ দলৰ সৈতে বীৰ লাচিত সেনা অসম জড়িত হৈ আছে আৰু সন্মুখৰ পৰা নেতৃত্ব দিব।‘

উল্লেখযোগ্য যে, বীৰ লাচিত সেনাৰ নামনি অসমৰ শাখাই ৰাইজৰ দলৰ প্ৰসংগত মুকলিকৈ বিদ্ৰোহ কৰিছিল।

মঙলবাৰে এখন বৈঠক আহ্বান কৰি নামনি অসম শাখাই কৈছিল যে ‘আমছুকে ধৰি মিঞা মূলৰ মুছলমানসকল আজি ৭০ সংগঠনৰ লগত আছে। তেওঁলোকৰ সংবিধান মতে আমাৰ সৈতে কোনো বংগমূলীয় মুছলমান সদস্য থাকিব নোৱাৰে। তেনেস্থলত কেনেকৈ আমি ৰাইজৰ দললৈ গৈ মুছলমানৰ লগত থাকিব।’

জানিব পৰা মতে নামনি অসমৰ কামৰূপ, বঙাইগাঁও, বৰপেটা, নলবাৰীকে আদি কৰি নামনি অসমৰ জিলাকেইখনে এই কাৰ্যৰ বিৰোধ কৰিছে।

তেওঁলোকৰ দাবী ‘কৃষক মুক্তি, ৭০ সংগঠনৰ দলৰ ওপৰত সমৰ্থন আৰু আস্থা নাই। কৃষক মুক্তিয়ে জন্মৰে পৰা মিঞাক সুৰক্ষা দি আছে। এতিয়াও তেওঁলোকৰ দলত বংগমূলীয়া মুছলমানৰ প্ৰয়োভৰ ঘটিছে।’

কিন্তু ইতিমধ্যে, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানীফুকনে স্পষ্ট কৰি দিলে যে আমছু ‘ৰাইজৰ দল’ত নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd