• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক কালিমা সানি পৃথ্বিৰাজ ৰাভাই চৰম ৰাজনৈতিক সুবিধাবাদৰ আশ্ৰয় লৈছেঃ সোনেশ্বৰ নৰহ, ভাৰতীয় গণনাট্য সংঘ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 8:33 pm
73
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অপোচহীন আদৰ্শৰ প্ৰতীক সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক উদ্দেশ্যেপ্ৰনোদিত ভাৱে ব্যক্তিগত তথা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ বাবে যি কালিমা সানি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন ৰচিছে , এই পন্থাক কোনো কাৰণতেই অসম আৰু অসমীয়াই ক্ষমা নকৰে। তাতোকৈ ডাঙৰ কথা বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক আৰ এছ এছৰ অনুগামী কৰাৰ এই ৰাজনৈতিক ষড়যন্ত্ৰক যি সময়ত প্ৰক্ষেপ কৰিছে ই সাম্প্ৰতিক সময়ত অধিক তাৎপৰ্য বহন কৰিছে। কিয়নো কেইদিনমানৰ পূৰ্বে অসমৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত তেওঁ যি দৰে পাৰ্গত উঠা তীখাৰ দৰে উজ্বলি উঠিছে থিক তাৰ লগে লগে অসমৰ জনমানসত বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শও পুনৰোজ্জীৱিত হৈ পৰাত শাসনাধিষ্ট বিজেপি চৰকাৰ অধিক শংকিত হোৱা পৰিলক্ষিত হৈছে। গতিকে শূলেৰে শূল কঢ়াৰ নীতিৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ অযোগ্য সন্তান পৃথ্বীৰাজ ৰাভাক এই নিকৃষ্ট অপব্যাখ্যাৰে জণগনক বিভ্ৰান্ত কৰাৰ দায়িত্ব দিছে। যি সময়ত হাৰ্টথ্ৰব জুবিন গাৰ্গে যুৱ প্ৰজন্মৰ মাজত বিষ্ণু ৰাভাৰ আদৰ্শৰ প্ৰাসঙ্গিকতা সম্পৰ্কে  স্পষ্টকৈ সদম্ভে সকলোকে সৰলকৈ বুজাই থৈ গৈছিল, এই মহান আদৰ্শকে আকৌ আৰ এছ এছৰ কূটনৈতিক পাকচক্ৰত পৰি পুত্ৰ পৃথ্বীৰাজ ৰাভাই বিভ্ৰান্ত কৰাৰ থিকা লৈছে। এই কু অভিপ্ৰায় কেতিয়াও সফল হ’বলৈ দিয়া উচিত নহয় বুলিও উল্লেখ কৰিছে। জুবিনৰ ন্যায়ৰ বাবে যিদৰে #JUSTISEFORZUBEENGARG সজাগতা বৰ্তাই ৰাখিছে সেইদৰে আজিৰে পৰা যুটীয়া ভাৱে

#SHAMEONPRITHIRAJRABHA সমান্তৰালকৈ অভিযান চলাবলৈ সকলোকে কাতৰ আহ্বান জনাইছে ভাৰতীয় গণনাট্য সংঘৰ সক্ৰিয় কৰ্মী সোণেশ্বৰ নৰহে। এই অভিযানেৰে সমান্তৰালভাৱে জুবিন গাৰ্গৰ ইচ্ছাৰ আদৰ্শকো সন্মান জনোৱা হ’ব বুলি উল্লেখ কৰে।

Apply Now

বিষ্ণুৰাভাৰ উৱঁলিযোৱা ঘৰটি বৈজ্ঞানিক প্ৰণালীৰে সংৰক্ষণ কৰিব নোৱাৰা, আজিলৈকে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাৱলী পুণৰমূদ্ৰণ কৰাব নোৱাৰা অযোগ্য তথা অসফল ৰাজনৈতিক নেতা হিচাপে পৰিগণিত পৃথ্বীৰাজ ৰাভা।

বিষ্ণুপ্ৰসাদ ৰাভাৰ মতাদৰ্শৰ সতে কাৰোবাৰ মিল নাথাকিব পাৰে। সেইবুলি তেওঁৰ মতাদৰ্শক বিকৃত কৰাৰ অধিকাৰ নাই। তেওঁৰ পুত্ৰই হওক অথবা কোনো ব্যক্তি প্ৰতিষ্ঠানেই হওক। বৰং পৃথিৰাজ ৰাভাক প্ৰত্যাহ্বান জনাই নৰহে কয়, ৰচনাৱলীৰ কোন পৃষ্ঠাত আৰ এছ এছৰ অনুগামী হোৱাৰ সামান্যতম ইংগিত থকা এটা বাক্য পৃষ্ঠা প্ৰমাণ কৰক।

কোনো এজন ব্যক্তিয়ে উদ্দেশ্যেপ্ৰনোদিতভাৱে গ্ৰন্থ প্ৰস্তুত কৰি প্ৰকাশ কৰিলেই আমি মানি ল’ব নোৱাৰোঁ। ই বৈজ্ঞানিক ভিত্তি হ’ব নোৱাৰে।

এটা কথা বাস্তৱ, গুণী-জ্ঞানীৰ পুত্ৰ গুণী নহ’ব পাৰে,তাৰ অৰ্থ এইটো কেতিয়াও হ’ব নোৱাৰে তেওঁৰ নিজৰ সীমাবদ্ধতাৰে আদৰ্শ পিতৃৰ গুণৰাশিত কালিমা সানিব। ই সম্পূৰ্ণ কু অভিপ্ৰায়যুক্ত ভণ্ডামীৰ বাদে একো নহয়। আনহাতেদি একাংশই ৰচনাৱলীৰ উৰ্দ্ধৃতি দিব নোৱাৰি কোনো অজ্ঞাত উদ্দেশ্যে প্ৰনোদিত লেখকৰ প্ৰসঙ্গক সামাজিক মাধ্যমত আজিৰ পৰিস্থিতিত প্ৰচাৰ কৰাকাণ্ডক জনতাই নুবোজাকৈ থকা নাই। আৰু তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপেহে প্ৰতিদ্বন্দিতা কৰি বিষ্ণুপ্ৰসাদ ৰাভাই নিৰ্বাচন জয়ী হোৱা বিষয় টানি আনি তেওঁৰ ৰাজনৈতিক দলীয় মতাদৰ্শৰ পৰা বিচ্ছিন্ন বুলি বুজাবলৈ কু-অভিপ্ৰায়ত লিপ্ত হোৱা দেখা গৈছে। আজিৰ নিৰ্বাচনৰ কাৰিকৰী দিশটোৰ সতে অভিজ্ঞতা থকা সকলো লোকে জানে উমৈহতীয়া বহুদল সংগঠনৰ সমৰ্থিত প্ৰাৰ্থীয়ে সময়ত তথ্যপাতিৰ কাম সম্পন্ন কৰিব নোৱাৰিলে নিৰ্বাচন আয়োগৰ নীতি অনুসৰি প্ৰাৰ্থী গৰাকীক “নিৰ্দলীয় প্ৰাৰ্থী” হিচাপেই প্ৰক্ষেপ কৰা যায়। ইয়াৰ অৰ্থ এনে নাছিল বিষ্ণুপ্ৰসাদ ৰাভা বিমূৰ্ত, আদৰ্শহীন, আৰ এছ এছৰ অনুগামী।

লগতে এই কথাও উল্লেখ কৰি সোণেশ্বৰ নৰহে কয়, প্ৰয়োজন হ’লে সৰ্বস্তৰৰ সচেতন ৰাইজে মিলি মানহানি গোচৰো তৰিবলৈ বাধ্য হ’ব। লগতে সাম্প্ৰদায়িক বিজেপি চৰকাৰক তেনে বিভ্ৰান্তিকৰ ষড়যন্ত্ৰৰ সাৰ পানী নোযোগাবলৈও সঁকীয়াই দিয়ে। কিয়নো তেওঁলোকে কোৱাৰ দৰে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰৰ ৰায় অথবা জুবিনকাণ্ডৰ ন্যায় দিব নোৱাৰাৰ সীমাবদ্ধতাৰ ক্ষেত্ৰত চৰকাৰৰ বৰমূৰীয়া সকলক এতিয়াও সন্দেহৰ আঙুলি তুলা নাই। ভিন্ন প্ৰান্তত ওলোৱা গুজৱৰ দৰে আমি এতিয়াও কোৱা নাই বিজেপিৰ নীতিৰ কাষলৈ জুবিনক বাৰে বাৰে চপাবলৈ চেষ্টা কৰিও, জুবিনক আদৰ্শৰ পৰা বিচলিত কৰিব নোৱাৰিলে। বৰং বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক সদম্ভে প্ৰকাশ কৰি চৰকাৰৰ অনেক জাতি বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰকাশ্যে প্ৰতিবাদ কৰা আদি কাণ্ডত বিতুষ্ট হোৱা চৰকাৰখনৰ বাবে আগন্তুক নিৰ্বাচনৰ বাবে জুবিন এটা ফেক্টৰ হোৱাৰ সম্ভাৱনা আছিল বুলি সচেতন মহলে চৰ্চা কৰে। আনফালেদি মুখ্যমন্ত্ৰীৰ ভাষাত সঘনাই নেপালৰ জেন জিৰ উত্থানৰ বতাহ অসমত যাতে নাহে, জুবিনৰ জনপ্ৰিয়তাৰ ওচৰত চৰকাৰৰ অসহায়তাৰ অনেক ইংগিত অসমবাসীয়ে লাভ কৰাৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ পাছতো অসম বাসীয়ে আজিকোপতি চৰকাৰক পোনপতীয়াকৈ সন্দেহ প্ৰকাশ কৰা নাই, অভিযোগৰ আঙুলি তুলা নাই জুবিন হত্যাকাণ্ডৰ প্ৰসঙ্গত। সেয়ে ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা সকীয়াই কৈছে যে জুবিনৰ মহান প্ৰকৃত আদৰ্শ পুৰুষ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰসঙ্গত পৃথ্বিৰাজ ৰাভাৰ বিকৃত চৰ্চাত সাৰপানী নোযোগায় যেন। অন্যথা জুবিন আদৰ্শক বিভ্ৰান্ত কৰাৰ অপবাদৰ লগতে আজিকোপতি জুবিন হত্যাকাণ্ডৰ ন্যায় দিব নোৱাৰাৰ সমস্ত বদনাম তথা ৰাজনৈতিক কাৰচাজিৰ সতে চৰকাৰ চামিল থকা বুলি ভাবিবলৈ জুবিন অনুৰাগী তথা সচেতন ৰাইজ বাধ্য হ’ব। এই অভিযোগৰ আঙুলি যদি উঠিব নালাগে এনে সন্ধি ক্ষণত পৃথ্বীৰাজ ৰাভাই হওক বা আন কোনোবাৰ যোগেদিয়েই হওক বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ বিকৃত কৰাৰ অভিযানৰ পৰা বিৰত ৰাখক আৰু চৰকাৰী ভাবে এক ৰাজহুৱা বিবৃতি প্ৰকাশ কৰি অসম আৰু অসমীয়াৰ চৰকাৰ হিচাপে দ্বায়বদ্ধতাৰে অসমৰ পুৰোধা শিল্পী তথা কলাগুৰুনাৰ প্ৰতি দলীয় আদৰ্শৰ প্ৰাৰ্থক্য থাকিলেও তেওঁৰ মতাদৰ্শক বিকৃত ব্যাখ্যা আগনবঢ়াবলৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই গণনাট্য সংঘৰ কৰ্মী সোণেশ্বৰ নৰহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd