DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচটনিমূলক মন্তব্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ’ব বিশ্বনাথৰ প্ৰশাসন

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
November 3, 2018 10:56 am
IMG-20181102-WA0005
234
VIEWS
Share on FacebookShare on Twitter

কালি ৰাজ্যত সংঘটিত অমানৱীয় ঘটনাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলাত আইন-শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি ঘটিব নোৱাৰে, সেই উদ্দেশ্যে বিশ্বনাথ জিলা  উপায়ুক্তৰ সভাগৃহত আজি এখন শান্তি সভা অনুষ্ঠিত হয়। উপাযুক্ত ধীৰাজ জ্যোতি কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত বিশ্বনাথ জিলাৰ বিভিন্ন ছাত্ৰ সংগঠন, জাতীয় সংগঠন, সংবাদ মাধ্যম আৰু নাগৰিক সমাজৰ প্ৰতিনিধি উপস্থিত থাকি উগ্ৰপন্থীৰ নাৰকীয় কাৰ্যক একেমুখে গৰিহণা দিয়ে। সভাত বক্তব্য প্ৰদান কৰি উপায়ুক্তগৰাকীয়ে কয় যে হিংসাই কোনো সমস্যাৰ সমাধান নকৰে।

এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে বিশ্বনাথ জিলাত যাতে কোনো অপ্ৰীতিকৰ ঘটনাৰ সূত্ৰপাত হব নোৱাৰে তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়। আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰীয়ে কয় যে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সাজু আৰু উচটনিমূলক মন্তব্য কৰা ব্যক্তি, দল-সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। ছচিয়েল মিডিয়াত কৰা বিৰূপ আৰু উচটনিমূলক মন্তব্য নিৰীক্ষণৰ বাবে ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে সাৱধান কৰি দিয়ে।

যিকোনো দুৰ্যোগজনিত পৰিস্থিতিৰ ক্ষেত্ৰতে সহায়ৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ হেল্পনাইন নম্বৰ ০৩৭১৫-২২২০৮৬ত যোগাযোগ কৰিবলৈ ৰাইজক জিলা প্ৰশাসনে আহ্বান জনাইছে। অতিৰিক্ত উপায়ুক্ত পাৰভেজ আমিন, কাৰ্যবাহী দণ্ডাধীশ আবুল কালামৰ লগতে সভাত উপস্থিত থকা প্ৰতিটো দল-সংগঠনৰ প্ৰতিনিধিয়ে আশা প্ৰকাশ কৰে যে বিশ্বনাথৰ ৰাইজ স্বাভাৱিকতেই শান্তিপ্ৰিয় আৰু কোনো অপশক্তিয়ে বিশ্বনাথৰ ৰাইজৰ মাজত ভুল-বুজাবুজিৰ সৃষ্টি কৰিব নোৱাৰে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd