• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে বিশ্বনাথ প্ৰশাসনৰ হেল্পলাইন মুকলি; সুবিধা পাব ১০ মে’লৈকে

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , May 7, 2020 11:38 am

1 min read

বহিঃৰাজ্যত আৱদ্ধ লোকৰ বাবে বিশ্বনাথ প্ৰশাসনৰ হেল্পলাইন মুকলি; সুবিধা পাব ১০ মে’লৈকে

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

7.6k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত থকা লোক সকলক তেওঁলোকৰ গৃহ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শেহতীয়াকৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰিপ্ৰেক্ষিতে অসমৰ বাহিৰত থকা লোকসকলক নিজ ঘৰলৈ ওভতাই অনাৰ বাবে ৰাজ্য চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে।

শিক্ষা, কৰ্ম সংস্থান, চিকিৎসা আদি বিভিন্ন কামত লকডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা এই লোক সকলক ৰাজ্যখনলৈ ওভতাই অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা এক ব্যৱস্থাৱলী গ্ৰহণ কৰিছে।

ইয়াৰ বাবে মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ।

ৰাজ্যখনৰ অন্য প্ৰান্তৰ দৰে বিশ্বনাথ জিলাৰো ভালে সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ব্যক্তি বহিঃৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ আছে।

বহিঃৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথ জিলাৰো যি সকল লোক স্ব-ৰাজ্যলৈ উভতি আহিব বিচাৰে, তেওঁলোকক 74-2815-9966 নম্বৰৰ হেল্পলাইনত মিছদ কল দিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে আহ্বান জনাইছে।

হেল্পলাইন নম্বৰটো অহা ১০ মে’লৈকে বাহাল থাকিব।

উল্লেখ্য যে, বহিঃৰাজ্যত থকা যি সকল লোকে ইতিমধ্যে 96-1547-1547 নম্বৰত ‘আছাম কেয়াৰ’ (Assam Cares)ৰ আৰ্থিক সাহায্যৰ  কাৰণে কল কৰি নাম পঞ্জীয়ন কৰিলে, তেওঁলোকে অবশ্যে পুনৰাই উল্লেখিত হেল্পলাইন (74-2815-9966) নম্বৰত মিছদ কল দিব নালাগে বুলিও জিলা প্ৰশাসনে প্ৰকাশ কৰিছে।

Recent News

index.jpg

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd