DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথ জিলা দণ্ডাধীশে জিলাখনত জাৰি কৰিলে ১৪৪ ধাৰা : জৰুৰী সেৱাসমূহক ৰেহাই

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 20, 2020 4:49 pm
6.4k
VIEWS
Share on FacebookShare on Twitter

কোভিদ-১৯ বা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জিলা খনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি চতুৰ্থ পৰ্যায়ৰ ল’কডাউনৰ সময়ছোৱাত বিয়লি ৭ বজাৰ পাছত আৰু পুৱা ৭ বজালৈকে জনসাধাৰণৰ চলাচলত বাধা আৰোপ কৰা হৈছে।

আনহাতে ব্যক্তিগত যান বাহন তথা যাত্ৰীবাহী যান বাহনৰ চলাচলৰ ওপৰতো বাধা আৰোপ কৰা হৈছে।

অবশ্যে নিষেধাজ্ঞাৰ পৰা কেতবোৰ বিশেষ সেৱাক ৰেহাই দিয়াও হৈছে।

তৎকালীনভাৱে কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞাৰ সময়ছোৱাত অবশ্যে জিলাখনৰ “কনটেইনমেন্ট জ’ন” আৰু “বাফাৰ জ’ন”ক বাদ দিহে কিছু বিশেষ সেৱাক ৰেহাই দিয়া হৈছে বুলি কোৱা হৈছে।

এই নিৰ্দেশ ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ ৫১ৰ পৰা ৬০ ধাৰা আৰু  ভাৰতীয় দণ্ড বিধিৰ ১৮৮ ধাৰা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ’ব।

সমগ্ৰ বিশ্বনাথ জিলাতে তৎকালীনভাৱে বলবৎ হোৱা এই নিৰ্দেশ ল’কডাউন অব্যাহত থকালৈকে বাহাল থাকিব বুলি কোৱা হৈছে।

Recent News

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd