• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথ আৰক্ষীৰ জালত আধাৰ কাৰ্ডৰ নামত ভুৱা জন্মৰ প্ৰমাণ পত্ৰ প্ৰদানকাৰী বহিৰাগত যুৱক

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
April 25, 2022 6:23 pm
fake Adhar card center
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত আজি বিশ্বনাথ সদৰ আৰক্ষী থানাই আনন্দ কুমাৰ চাউ নামৰ বহিৰ্ৰাজ্যৰ এজন যুৱকক আটক কৰে। আধাৰ কাৰ্ডৰ নামত চাহ বাগিচাৰ সহজ সৰল শ্ৰমিকক বহিৰ্ৰাজ্যৰ যুৱকজনে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দৰাচলতে আছাম টী এমপ্লয়জ প্ৰভিডেন্ট ফাণ্ড অ’ৰ্গেনাইজেশ্যনে  (এ.টি.ই.পি.এফ.অ’) ৰাজ্যৰ বিভিন্ন চাহ বাগিচা কৰ্তৃপক্ষক চাহ বাগিচাৰ শ্ৰমিক সকলৰ আধাৰকাৰ্ড বনোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। সেই মৰ্মে বিশ্বনাথৰ সাকোমঠা চাহ বাগিছাত তেজপুৰস্থিত নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে আধাৰ কেন্দ্ৰ স্থাপন কৰি দেশৰ বিভিন্ন স্থানৰ যুৱকক অপৰেটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে।‌

লগতে পঢ়ক: আৰক্ষীৰ গৃহতে চোৰ! আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ পাছতো কিদৰে ভাইৰেল হ’ল উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত?

Apply Now

কিন্তু তাৰ মাজতে আজি বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা কৰ্তৃপক্ষই এই আধাৰ কাৰ্ডৰ নামত বাগিচাখনৰ শ্ৰমিকৰ পৰা অত্যাধিক ধন লোৱাৰ লগতে ভুৱা জন্মৰ প্ৰমাণ পত্ৰ দিয়া কৰ্ম কাণ্ডৰ এক ঘটনা পোহৰলৈ আনে।

তেজপুৰৰ নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে আধাৰ কেন্দ্ৰৰ অপাৰেটৰ হিচাপে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত নিয়োগ কৰা আনন্দ কুমাৰ চাউ নামৰ ৰাঁচীৰ যুৱকজনে আধাৰ কাৰ্ডৰ নামত সহজ সৰল চাহ বাগিচাৰ শ্ৰমিকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল।

দিন হাজিৰা কৰা বাগিচাৰ শ্ৰমিকসকলৰ পৰা এখন আধাৰ কাৰ্ডৰ নামত ১৫০ টকাকৈ সংগ্ৰহ কৰাৰ লগতে আধাৰ কাৰ্ড আপডেট কৰাৰ বাবে ২৫০ টকাকৈ সংগ্ৰহ কৰিছিল। লগতে বাগিচাখনৰ শ্ৰমিকসকলক ভুৱা জন্মৰ প্ৰমান পত্ৰ প্ৰদান কৰিও প্ৰতিখনত ৬০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল।

লগতে পঢ়ক: কোকৰাঝাৰ আদালতে জামিন দিয়াৰ পিছত পুনৰ আন এক গোচৰত আটক জিগনেশ মেৱানীক

ব’হাগ বিহুৰ সময়ছোৱাত আৰম্ভ কৰা বহিৰ্ৰাজ্যৰ যুৱকজনৰ এই কৰ্মকাণ্ডত চাহ বাগিচা কৰ্তৃপক্ষৰ সন্দেহ ওপজাত জিলা প্ৰশাসনক খবৰ দিয়ে। লগে লগে জিলাৰ কাৰ্যবাহী দণ্ডাধীশ কংকনা শইকীয়া উক্ত চাহ বাগিচাত উপস্থিতহৈ নথি পত্ৰ জব্দ কৰাৰ লগতে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে বহিৰ্ৰাজ্যৰ যৱকজনক আটক কৰে আৰু আধাৰ বনোৱা মেচিন সহ আন আন নথি পত্ৰ সমূহ জব্দ কৰে। কিছু সময়ৰ পিছতে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাও ঘটনাস্থলীত আহি উপস্থিত হয়।

কাজি জেইদুল ইছলাম, বিশ্বনাথ

কাজি জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd