• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জালনোট চক্ৰৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীৰ ঘৰত উদ্ধাৰ পিষ্টল

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
July 17, 2022 9:01 am
Assam
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ চাৰিআলিৰ পৰা সমগ্ৰ ৰাজ্যতে জালনোটৰ ৰমৰমীয়া বেপাৰ চলাই থকা জালনোট চক্ৰৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীৰ গৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ৭.৬২ mm পিষ্টল৷

উল্লেখ্য যে শনিবাৰে পুৱতি নিশা বিশ্বনাথ আৰক্ষীৰ এটা দলে উৎখাট কৰিছিল বৃহৎ জালনোট চক্ৰটোক।

Apply Now

এই দুষ্ট চক্ৰটোৰ পৰিচালনাৰ মাষ্টাৰ মাইণ্ড আমিৰ আলী নামৰ ব্যক্তিজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

অভিযুক্ত আমিৰ আলীৰ মাজুলী গড়ৰ কমাৰবস্তীৰ পুৰণি ঘৰৰ পৰা শনিবাৰে নিশা আৰক্ষীয়ে এই পিষ্টলটো উদ্ধাৰ কৰে৷

ইয়াৰ পূৰ্বে শনিবাৰে পুৱা আমিৰ আলীৰ পৰা উদ্ধাৰ হৈছিল ৭.৬২ পিষ্টলৰ ৫০ জাঁই গুলী আৰু ৭.৭২ mm পিষ্টলৰ ১৮ জাঁই গুলী উদ্ধাৰ কৰিছিল।

লগতে অভিযানত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ সজীৱ গুলীসহ নকল সোণ, নকল টকা ছপোৱা মেচিনসহ বহু আপত্তিজনক সামগ্ৰী।

জব্দ কৰা হৈছিল জালনোট ছপোৱা মেচিন এটা, ১০ টা ৫০০ টকীয়া জাল নোটৰ বাণ্ডোল সহ মুঠ ৫ লাখ ৪৯ হাজাৰ ৫০০ টকা জালনোট।

তদুপৰি, বিদেশী নোট এক ডলাৰ, সোণ গলোৱা হিটাৰ, ১০ টা মোবাইল ফোন, মণিপুৰ আৰু অৰুণাচলৰ সন্দেহজনক বহু ব্যক্তিৰ আধাৰ, পান কাৰ্ড আৰু এ টি এম উদ্ধাৰ হৈছিল।

AS07U 1799 আৰু ASO7N 0399 নম্বৰৰ পালচাৰ বাইক ২ খন জব্দ আৰু AS12AA3517 নম্বৰৰ চুইফট ডিজায়াৰ এখনো জব্দ কৰিছিল আৰক্ষীয়ে।

আমিৰ আলীৰ লগতে আটক কৰা হৈছিল লক্ষীমপুৰৰ আটিকুল ইছলাম,মফিজুদ্দিন আহমেদ,ছাইফুল ইছলাম আৰু হবিবুৰ ৰহমান নামৰ ৫ জন ব্যক্তিক।

আমিৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে সন্ধিয়া পুৰণি ঘৰৰ দোকানৰ চিলিঙত লুকুৱাই ৰখাৰ পৰা আৰক্ষীয়ে পিষ্টলটো উদ্ধাৰ কৰে।

সম্প্ৰতিও আৰক্ষীয়ে নতুন তথ্য উদঘাটনৰ বাবে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ অভিযানত আমিৰ আলীয়েই পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰিছে।

এই সন্দৰ্ভত সংবাদ মেল যোগে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে।

কাজি জেইদুল ইছলাম, বিশ্বনাথ

কাজি জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd