• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাক উষ্ম আদৰণি বিশ্বনাথৰ সংবাদদাতাসকলৰ

NE NOW NEWS কাজী জেইদুল ইছলাম
বিশ্বনাথ , October 9, 2020 8:58 pm

1 min read

a IMG20201009163513
204
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত  মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত বিশ্বনাথ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত  শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাই  ছপা আৰু বৈদ্যুতিক মাধ্যমৰ সাংবাদ কৰ্মী সকলৰ লগত এক পৰিচয়-পৰ্ব  আৰু সাক্ষাৎ অনুষ্ঠানত  মিলিত হয়।

ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই আঁত ধৰা  সভাত সংবাদকৰ্মীসকলে নৱ নিযুক্ত উপায়ুক্ত গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়।

সাংবাদিকসকলক সমাজৰ চকু আৰু কাণ বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে জিলাখনৰ উন্নয়ণমূলক কাম কাজ সমূহ সূচাৰুৰূপে আগবঢ়াই নিয়াত সংবাদ কৰ্মী সকলৰ সহায় আৰু সহযোগিতাৰ আহবান কৰে।

সভাত উপস্থিত সাংবাদিক সমাজৰ হৈ হেমন্ত শইকীয়া, আনন্দ সন্দিকৈ, বসন্ত বৰা, নিৰঞ্জন হাজৰিকা, হেমাঙ্গ হাজৰিকা, আমিৰ খান, ৰতন ভূঞা আৰু তুষাৰ হাজৰিকাই  নৱ নিযুক্ত উপায়ুক্ত গৰাকীক জিলা খনৰ বিভিন্ন সমস্যা আৰু সম্ভাৱনাপূৰ্ণ  ক্ষেত্ৰৰ বিষয়ে অৱগত কৰে আৰু  উপায়ুক্তগৰাকীয়ে অনাগত দিন সমূহত যিকোনো বিষয়ত সহায় আৰু সহযোগিতাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

উক্ত সভাত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তদ্বয় শ্ৰীযুত মনোৰঞ্জন পায়েং আৰু শ্ৰীযুত কুলদ্বীপ হাজৰিকাও উপস্থিত থাকে।

Recent News

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd