• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতত বিটকইনৰ ট্ৰেডিংক হাৱালাৰ সৈতে তুলনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 7:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত  বিশ্বত  ডিজিটেল কাৰেন্সী বা ক্ৰিপ্টোকাৰেন্সীৰ বহুল প্ৰসাৰ তথা জনপ্ৰিয়তা লাভ কৰিছে সমান্তাৰল ভাবে ইয়াক নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ অভাৱত অনৈতিক কাৰ্যও সংঘটিত হৈ অহিছে। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ ভাৰতত বিটকইনৰ ট্ৰেডিংক  “হাৱালা ব্যৱসায়ৰ অত্যাধুনিক ৰূপ” বুলি অভিহিত কৰি এক ৰায় দান দিছে। বিটকইনৰ অবৈধ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শৈলেশ বাবুলাল ভাটৰ সৈতে জড়িত এক গোচৰৰ সময়তে এই বিবৃতি প্ৰকাশ কৰিছে। ন্যায়াধীশ সূৰ্য কান্ত আৰু এন কোটিশ্বৰ সিঙৰ নেতৃত্বত গঠিত বিচাৰপীঠে ভাৰত চৰকাৰে বিটকইনৰ দৰে ভাৰ্চুৱেল মুদ্ৰা নিয়ন্ত্ৰণৰ বাবে এতিয়াও স্পষ্ট নিয়ম নিৰ্ধাৰণ নকৰাত উদ্বেগ প্ৰকাশ কৰি কয় যে সঠিক নিয়ন্ত্ৰণ অবিহনে এনে ব্যৱসায় হাৱালাৰ সৈতে মিল খাব পাৰে, যিটো পৰম্পৰাগত ব্যৱস্থাৰ সৈতে অনানুষ্ঠানিকভাৱে ধন হস্তান্তৰ কৰা হয় আৰু ই প্ৰায়ে আইনী পক্ৰিয়াক অতিক্ৰম কৰি যায়।

দুবছৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে চৰকাৰক ভাৰ্চুৱেল মুদ্ৰাৰ ব্যৱসায়ৰ নীতি স্পষ্ট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই। আদালতে বিটকইনক কেন্দ্ৰ কৰি হোৱা বিভ্ৰান্তিৰ ওপৰত আলোকপাত কৰি, বিচাৰপীঠে স্বীকাৰ কৰে যে  ইয়াক সম্পূৰ্ণৰূপে বুজি নাপায় যদিও কিছুমান বিটকইন ভুৱা হ’ব পাৰে বুলি বিশ্বাস কৰে। এই স্পষ্টতাৰ অভাৱে ব্যৱসায়ী আৰু আইন প্ৰয়োগকাৰী উভয়ৰে বাবে সমস্যাৰ সৃষ্টি কৰে।

Apply Now

 উল্লেখ্য যে ২০২০ চনত উচ্চতম ন্যায়ালয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চক্ৰান্তমূলক নীতি বাতিল কৰি বেংকসমূহক ক্ৰিপ্টোকাৰেন্সীৰ সৈতে লেনদেন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ ফলত বিটকইনৰ ব্যৱসায়ৰ বৈধতা নস্যাত কৰিছে। নিয়ন্ত্ৰণ কাঠামোৰ অভাৱৰ বাবে সমস্যাসমূহ এতিয়াও অব্যাহত আছে। এই গোচৰটোত এজন লোকে বিটকইন ট্ৰেডিঙৰ জৰিয়তে উচ্চ লাভৰ প্ৰতিশ্ৰুতি দি বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যই ভাৰতত ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণৰ বাবে চৰকাৰীভাৱে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা প্ৰতিফলিত কৰিছে। স্পষ্ট নিয়ম অবিহনে অবৈধ কাৰ্যকলাপ ৰোধ, বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান তথা ভাৰ্চুৱেল মুদ্ৰাৰ ব্যৱসায় সুৰক্ষিত আৰু স্বচ্ছ হোৱাটো নিশ্চিত কৰিব নোৱাৰে। সেয়ে ন্যায়ালয়ে ইয়াক হাৱালাৰ সৈতে তুলনা কৰি দেশত অনিয়ন্ত্ৰিত বিটকইন ব্যৱসায়ৰ বিপদৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd