• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Tamulpur By-election ঠেহ ভাঙিল! প্ৰমোদ-ইমানুৱেলৰ মনিকাঞ্চন সংযোগ; তামুলপুৰত সকাহ পালে জলেন দৈমাৰীয়ে

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
October 22, 2021 9:37 am
By-election Tamulpur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Tamulpur By-election ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত সঘনে পৰিবৰ্তন হৈছে নিৰ্বাচনী প্ৰেক্ষাপট। বিজেপিৰ পৰা তীব্ৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী। মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে  তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিল যদিও মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ প্ৰচাৰ কাৰ্যৰ পৰা বিৰত আছিল।

কিন্তু অৱশেষত ঠেহ ভাঙিল ইমানুৱেল মোছাহাৰীৰ আৰু তামুলপুৰত মনিকাঞ্চন সংযোগ ঘটিল প্ৰমোদ বড়ো আৰু ইমানুৱেল মোছাহাৰীৰ ৷

দুয়োগৰাকী নেতাৰ মাজৰ বৈঠকৰ পিছত মিত্ৰজোঁট সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ জয়ৰ পথ সুগম হোৱা বুলি অনুমান কৰা হৈছে ৷

Apply Now

কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু তামুলপুৰৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ উপস্থিতিত বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু বিজেপিৰ জ্যেষ্ঠ নেতা ইমানুৱেল মোছাহাৰীৰ মাজত নাগ্ৰীজুলিত বৃহস্পতিবাৰে আবেলি অনুষ্ঠিত হয় এখন বৈঠক।

Also Read: ৰাজ্যত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ; কামৰূপ মহানগৰ জিলাৰ পৰিস্থিতি উদ্বেগজনক!

ইমানুৱেল মোছাহাৰীয়ে নিজৰ সমৰ্থকক লগত লৈ সোহাৰ্দপূৰ্ণ আলোচনাত মিলিত হয় ৷

বৈঠকৰ অন্তত প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, ‘’বিজেপি নেতা ইমানুৱেল মোছাহাৰী এগৰাকী অভিজ্ঞ ব্যাক্তি। ভৱিষ্যতে তেখেতৰ ৰাজনৈতিক জীৱনৰ দিশৰ ওপৰত চিন্তা চৰ্চা কৰা হ’ব ৷ ইমানুৱেল মোছাহাৰীয়ে আমাৰ প্ৰাৰ্থীক সমৰ্থন দিয়াত আমাৰ প্ৰাৰ্থী অধিক শক্তিশালী হ’ল।‘’

আনহাতে,সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই কয়, ‘’এতিয়া বিজেপি-অগপ- ইউপিপিএল মিত্ৰজোXটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ জয় সুনিশ্চিত ৷ আমাৰ মাজত সোহাৰ্দপূৰ্ণ আলোচনা হৈ গ’ল। জলেন দৈমাৰীয়ে এক লাখ ত্ৰিশ হাজাৰ ভোটত জয়লাভ কৰিব ৷’’

Also Read: Ulfa (I) dreaded cadre surrender আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসমৰ আত্মসমৰ্পণ; স্ব-গৃহত উপস্থিত

ইপিনে, নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থকা ইমানুৱেল মোছাহাৰীয়ে বৈঠকৰ অন্তত উৎফুল্লিত হৈ কয়, ‘’মুখ্যমন্ত্ৰীৰ আহ্বানত মই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিলো৷ মোৰ সমৰ্থকসকলৰ সৈতে আলোচনা কৰা হ’ল৷ আজিৰ পৰা সমৰ্থকসকলক লগত লৈ জলেন দৈমাৰীৰ সমৰ্থনত কাম কৰি যাম।‘’ 

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd