• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰত বিজেপিৰ অংশীদাৰ ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 10, 2018 5:33 pm
Barpeta republican party

বৰপেটাত ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে অসমীয়া জাতিধ্বংসী এই বিধেয়কৰ প্ৰবল বিৰোধিতা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰ ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াই ৷

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া নামৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে আজি বৰপেটা চহৰত আয়োজন কৰা এক সংবাদ মেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰবল বিৰোধিতা কৰে ৷

Apply Now

বৰপেটা চহৰৰ সনকুছি কলনিস্থিত জিলা কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক(প্ৰশাসন) তথা জিলা সভাপতি ৰেজাউল কৰিমে কয় যে, কেন্দ্ৰত দলটোৱে বিজেপিৰ সৈতে মিত্ৰতাত থাকিলেও অসমৰ স্বাৰ্থত দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে ৷

যুটীয়া সংসদীয় কমিটিয়ে ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে অসমলৈ আহোতে এই বিধেয়কখনৰ বিৰোধিতা কৰি যুটীয়া সংসদীয় কমিটিক লিখিত পত্ৰ দিয়া বুলিও তেওঁ উল্লেখ কৰে ৷

অসমীয়া জাতিধ্বংসী এই বিধেয়কখনৰ বিৰোধিতা কৰি ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়াৰ ৰাজ্যিক সমিতিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় সভাপতিক বিষয়টো অৱগত কৰা বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক এই বিধেয়কৰ বিৰোধিতা কৰা বুলি সংবাদ মেলত জানিবলৈ দিয়ে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে ৷

উল্লেখ্য যে, সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি  দলৰ সাংগঠনিক ভিত্তি অধিক মজবুত কৰাৰ উদ্দেশ্যে দলটোৱে বৰপেটা চহৰত আজি বৰপেটাৰ সনকুছি কলনিৰ দলীয় কাৰ্যালয়ত অনুষ্ঠিত কৰে বৰ্ধিত কাৰ্যকৰী সভা ৷ এই সভাৰ পিছতেই দলটোৱে সংবাদ মেল অনুষ্ঠিত কৰে ৷

বৰপেটা জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰামদাস আথাৱালে কেন্দ্ৰীয় চৰকাৰৰ পৰা কেইবা কৌটি টকা অনুমোদন লাভ কৰাত  বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে পঞ্চায়ত নিৰ্বাচনত দলটোৱে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলিও নেতাজনে আশা ব্যক্ত কৰে ৷

সংবাদ মেলত সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতি ডা: আনোৱাৰ ইছলাম দলটোৰ  জিলা উপ সভাপতি আলেপ খান, সাধাৰণ সম্পাদক সঞ্জয় বায়নৰ লগতে কেইবা গৰাকী নেতা উপস্থিত থাকে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd