DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ : অসমৰ ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 21, 2019 7:57 pm
BJP-750x375
903
VIEWS
Share on FacebookShare on Twitter

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই তথা কেইবালানি বৈঠকৰ অন্তত আজি সন্ধিয়া ৮ টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে বিজেপিয়ে। আজি সন্ধিয়া ৭-৩০ বজাত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সচিব জগত প্ৰকাশ নাড্ডাই প্ৰথমখন প্ৰাৰ্থী  ঘোষণা কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে দলটোৰ বৰ্তমানৰ ৭জন সাংসদৰ মাত্ৰ ২জনহে এই তালিকাত স্থান পাবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে ক্ৰমে লখিমপুৰ সমষ্টিৰ প্ৰদান বৰুৱা আৰু ডিব্ৰুগড় সমষ্টিৰ ৰামেশ্বৰ তেলী।

তদুপৰি, ৫গৰাকী সাংসদ ক্ৰমে যোৰহাট সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছা, মঙলদৈৰ ৰমেন ডেকা, গুৱাহাটীৰ বিজয়া চক্ৰবৰ্তী, তেজপুৰৰ ৰামপ্ৰসাদ শৰ্মা আৰু নগাৱঁৰ ৰাজেন গোহাঁই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে।

ইয়াৰ বিপৰীতে পূৰ্বতে সাংসদ হিচাপে কেতিয়াও প্ৰতিদ্বন্দ্বিতা নকৰা নতুন মুখ দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থী তালিকাত।

হাই প্ৰফাইল গুৱাহাটী সমষ্টিত টিকট পাইছে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ তথা অগপৰ পৰা ২০১৪ চনত বিজেপিত যোগদান কৰা কুইন ওজাই।

এই পৰ্য্যন্ত প্ৰাৰ্থিত্ব নিশ্চিত হোৱা প্ৰাৰ্থীকেইজন-

১। গুৱাহাটী : কুইন ওজা (নতুন মুখ)

২। মঙলদৈ : দিলীপ শইকীয়া (ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক, নতুন মুখ)

৩। লখিমপুৰ : প্ৰদান বৰুৱা (বৰ্তমানৰ সাংসদ)

৪। ডিব্ৰুগড় : ৰামেশ্বৰ তেলী (বৰ্তমানৰ সাংসদ)

৫। যোৰহাট : তপন গগৈ (বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী)

৬। শিলচৰ : ড0 ৰাজদীপ ৰয় বেংগলী (নতুন মুখ)

৭। কৰিমগঞ্জ : কৃপানাথ মাল্লা (বিধানসভাৰ উপাধ্যক্ষ তথা ৰাতাবাৰীৰ বিজেপি বিধায়ক)

৮। স্বায়ত্ত শাসিত জিলা : হৰেন সিং বে’

উল্লেখযোগ্য যে, তেজপুৰ আৰু নগাঁওত এতিয়াও প্ৰাৰ্থী চূড়ান্ত কৰা নাই দলটোৱে। আনহাতে,কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টি মিত্ৰদল অগপক বিজেপিয়ে এৰি দিয়াৰ লগতে কোকৰাঝাৰ সমষ্টিটো এৰি দিছে বিপিএফক।

Recent News

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd