• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজেপি-বিপিএফৰ মিত্ৰতা অটুট আছে, ভৱিষ্যতেও থাকিব : ভৱেশ কলিতা

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , May 6, 2020 9:25 pm

2 min read

Bhabesh kalita

ভৱেশ কলিতাৰ ফাইল ফটো

367
VIEWS
Share on FacebookShare on Twitter

বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ অধীনলৈ অহাকলৈ বিপিএফ-বিজেপিৰ মিত্ৰতাত কোনো ব্যাঘাত নজন্মে বুলি মন্তব্য কৰে ৰাজহ ,দুৰ্যোগ প্ৰশমন আৰু জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই।

আজি এক সংবাদমেলত মন্ত্ৰীজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে।

উল্লেখযোগ্য যে যোৱা ২৭ এপ্ৰিলত হাগ্ৰামা মহিলাৰী তিনিটা কাৰ্যকালৰ শাসন ওৰ পৰাৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে বিটিচিৰ শাসনভাৰ নিজৰ হাতলৈ আনে।

ইয়াক কেন্দ্ৰ কৰি বিপিএফ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যপালে এই কাৰ্যৰ জৰিয়তে সংবিধানৰ চৰ্ত উলংঘা কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

লগতে পঢ়কৰাজ্যপালে সংবিধানৰ চৰ্ত উলংঘা কৰিছে : সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিস্ফোৰণ

কিন্তু ইয়াৰ বিপৰীতে আজি বিজেপিৰ মন্ত্ৰী ভবেশ কলিতাই এই সিদ্ধান্তই দল দুটাৰ মাজত নেতিবাচক প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰে।

তেওঁ কয়, ‘আমি সকলোৱে মিলি বিপিএফৰ পৰা বিশ্বজিত দৈমাৰীক ৰাজ্যসভালৈ পঠোৱা হৈছে, চন্দন ব্ৰহ্ম, ৰিহণ দৈমাৰী, প্ৰমীলাৰাণী ব্ৰহ্মকে ধৰি দলটোৰ জ্যেষ্ঠ নেতাসকল মন্ত্ৰীসভাত আছে, বিপিএফৰ নেতাক ৰাজ্যৰ বিভিন্ন বিভাগত অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে’।

‘গতিকে বিপিএফৰ লগত বিজেপিৰ সুন্দৰ  মিত্ৰতা সদায় আছে আৰু ভৱিষ্যতেও থাকিব।‘ বিটিচিৰ শাসনভাৰ ৰাজ্যপালৰ অধীনলৈ নিয়াৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে সেই  গোটেই কথা ৰাজ্যপালৰ ওপৰত নিৰ্ভৰ কৰে।

‘যিহেতু নিৰ্বাচনী প্ৰক্ৰিয়াৰে শাসন লোৱা পৰিষদৰ ম্যাদ উকলিছে, সেয়ে ৰাজ্যপালে বিটিচিৰ শাসনভাৰ নিজৰ অধীনলৈ আনি অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত এনে পদক্ষেপ হাতত লৈছে।‘ তেওঁ কয়।

Recent News

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

WhatsApp-v-Facebook-Messenger-950402

হোৱাটছএপতকৈয়ো অধিক বিপদজনক মেছেঞ্জাৰ! কি কয় বিশেষজ্ঞই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd