• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রতিবাদত সেওঁ মানিলে বিজেপিয়ে, উন্নাওৰ বলাৎকাৰী প্ৰাক্তন বিধায়কৰ পত্নীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 7:10 am
Kuldeep
399
VIEWS
Share on FacebookShare on Twitter

এগৰাকী বলাৎকাৰী প্ৰাক্তন বিজেপি বিধায়কৰ পত্নীক পঞ্চায়ত নিৰ্বাচনৰ টিকট দি বাৰুকৈয়ে গণৰোষৰ সন্মুখীন হ’ল বিজেপি।

উত্তৰ প্ৰদেশৰ বলাৎকাৰী প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সিং সেনেগাৰৰ পত্নী সংগীতাক  ফতেপুৰ চৌৰাছি পঞ্চায়তত নিৰ্বাচনৰ টিকট দিছিল বিজেপিয়ে।

বিজেপিৰ এনে পদক্ষেপকলৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আনকি উন্নাওৰ বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পৰিয়ালেও বিষয়টোকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ইয়াৰ পিছতে বলাৎকাৰী বিজেপি বিধায়কৰ পত্নীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে বিজেপিয়ে।

উল্লেখ্য ২০১৭ চনৰ ৪ জুনত উত্তৰপ্ৰদেশৰ উন্নাওত সংঘটিত হোৱা এটা গণধৰ্ষণে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এগৰাকী নাবালিকাক কৰা ধৰ্ষণকাণ্ডটোৰ মূল অভিযুক্ত কুলদীপ সিং সেনেগাৰ আছিল এজন বিজেপি বিধায়ক।

ধৰ্ষণকাণ্ডটোৰ পাছতে তেওঁৰ বিধায়ক পদবী খাৰিজ কৰাৰ লগতে বিজেপিৰ পৰাও বহিস্কৃত হৈছিল।

২০২০ চনত কুলদীপ সেনেগাৰক ১০ বছৰৰ বাবে কাৰাদণ্ড বিহাৰ উপৰিও ধৰ্ষণৰ ভুক্তভোগীৰ পিতৃৰ মৃত্যু হোৱাৰ বাবে ১০ লাখ টকাৰ জৰিমণা ভৰোৱা হৈছিল।

তেনে এগৰাকী লোকৰে পত্নীক বিজেপিয়ে ৰাজ্যখনৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়াৰ কথাই প্ৰতিক্ৰিয়ৰ সৃষ্টি কৰিছিল।

উল্লেখযোগ্য যে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচন ১৫ এপ্ৰিলৰ পৰা চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২ মে’ত।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd