• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্মান ৰক্ষাৰ যুঁজ! কিয় এদিনতে দুই-তিনিজনকৈ বিজেপিৰ কেন্দ্ৰীয় নেতা-মন্ত্ৰীৰ অসমলৈ সোঁত?

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
March 15, 2021 6:33 pm
Kendriyo Mantri
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত নিজৰ সন্মান ৰক্ষাৰ যুঁজত নামিছে বিজেপি। পাঁচখনকৈ ৰাজ্যৰ ভিতৰত অসমত জয়ৰ কিছু ৰেঙণিৰ উমান পাই সেই সন্মান ৰক্ষাৰ স্বাৰ্থত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ বৈছে সোঁত।

নিৰ্বাচনৰ পূৰ্বে অসমত এদিনতে দুই-তিনিজনকৈ বিজেপিৰ হাই প্রফাইল নেতাৰ ঘটিছে আগমন।

Apply Now

নিৰ্বাচনৰ দিন ধায্য হোৱাৰ পূৰ্বৰে পৰা এইবাৰ অসমত বিজেপিৰ হাই প্ৰফাইল নেতাৰ আগমন দেখা পোৱা গৈছে। য’ত নেকি অসমৰ নেতাসকলেই প্ৰচাৰ চলাব পাৰে তেনে সমষ্টিত কেন্দ্ৰীয় নেতৃত্বৰ প্ৰয়োজন ক’ত?

কি উজনিলৈয়ে চাব নে নামনিলৈয়ে চাব চাৰিওফালে কেৱল বিজেপিৰ হাই প্ৰফাইল নেতাসকলকে দেখা পাব। প্ৰত্যেক দিনাই অসমৰ জনতাৰ বাবে বহু উন্নয়নৰ প্ৰতিশ্ৰুতিহে লৈ আহিছে কেন্দ্ৰীয় নেতাসকলে।

পূৰ্বৰ নিৰ্বাচনৰ পূৰ্বে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি,মূল্যবৃদ্ধি ৰোধ, বানপানীকে আদি কৰি সমস্যাৰ সমাধান ইত্যাদি বিষয় লৈ তেওঁলোক অসমলৈ অহা নাই।

তেওঁলোক আহিছে কেৱল বিজেপি দলৰ সন্মান ৰক্ষাৰ স্বাৰ্থত।

যত নেকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বিজেপিৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰ চলাই এক  ফলাফল লাভ কৰিবলৈ সক্ষম হ’লহেতেন তেনেস্থলত এই বিজেপিৰ কেন্দ্ৰীয় নেতা সকলে নিৰ্বাচনী প্ৰচাৰত ফটা ঢোল বজাবলৈ আৰম্ভ কৰিছে।

অসমৰ লগতে পশ্চিমবংগ, কেৰেলা, তামিলনাডু,পুডুচেৰী এই কেইখন ৰাজ্যত নিৰ্বাচনী বতাহ বলিছে। তেনে সময়তে অসমক বাদ দি কোনো এখন ৰাজ্যতে বিজেপিয়ে এনেদৰে প্ৰচাৰ চলোৱা নাই। কিয়নো পশ্চিমবংগত মমতা বেনাৰ্জীৰ প্ৰভুত্ব, কেৰেলাত বাওঁপন্থী, তামিলনাডুত আঞ্চলিক শক্তি আৰু পুডুচেৰীত বৰ্তমান কংগ্ৰেছৰ শাসন চলি আছে।

তেনেক্ষেত্ৰত প্ৰচাৰত ব্যৰ্থ হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এমাহৰ ভিতৰতে অসমলৈ তিনিবাৰকৈ ঢাপলি মেলা দেখা পোৱা গৈছে।

কংগ্ৰেছৰ হাই ভল্টেজ প্ৰাৰ্থী থকা সমষ্টি যেনে নাজিৰাত দেৱব্ৰত শইকীয়া, খুমটাইত বিস্মিতা গগৈ, ঢকুৱাখানাত পদ্ম দলে, চামগুৰিত ৰকিবুল হুছেইনৰ দৰে নেতাসকলক পৰাভূত কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি।

সেয়েহে এই সমষ্টিসমূহত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীসকল যেনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি ইৰাণী বৰকৈ আগমন ঘটা দেখা পোৱা গৈছে।

আজিও চতিয়াত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই পদ্ম হাজৰিকাৰ হৈ প্ৰচাৰ চলাবলৈ আহিছে।

বিজেপি চৰকাৰে জাতিধ্বংসী “কা” আনি হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচাৰিছে। আনহাতে, মূল্যবৃদ্ধি ৰোধ কৰা হ’ব বুলি শাসনলৈ আহি তাৰ বিপৰীতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ দৈনিক মূল্যবৃদ্ধি হোৱাহে দেখিবলৈ পোৱা গৈছে।

ইয়াৰোপৰি, হিন্দু বাঙালী সকলক দিয়া বহু প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে বুলি গুৰুতৰ অভিযোগ। বিমান বন্দৰ, ৰেইল ষ্টেচনকে আদি কৰি অসম ৰাজ্যিক চিৰিয়াখানা আম্বানিৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ কৰা এই বিজেপি চৰকাৰৰ কেন্দ্ৰীয় নেতা-মন্ত্ৰী সকল কেৱল সন্মানৰ স্বাৰ্থত, অসমত নিৰ্বাচনত নিজৰ স্থিতি ৰক্ষা কৰিব নোৱাৰা স্বাৰ্থত ডিজিটেল তথা কেন্দ্ৰীয় হাই ভল্টেজ নেতা সকলৰ দ্বাৰা নিৰ্বাচন জিকাৰ প্ৰস্তুতি চলাইছে।

অৱশ্যে, অসমৰ বিভিন্ন দুৰ্য্যোগ যেনে বানপানী-গৰাখহনীয়া ইত্যাদিৰ সময়ত অসমলৈ আহিবলৈ সময় নহয় বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ। ইয়াৰোপৰি, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ উজনি অসমত উত্থান, কংগ্ৰেছ-এআইয়ুডিএফৰ মহাজোঁটেও সংকটত পেলাইছে কেন্দ্ৰীয় নেতৃত্বক। সেয়েহে এতিয়া অসমক লৈ ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় নেতাসকল।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd