• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ দখললৈ যোৱাৰ সম্ভাৱনা শিৱসাগৰ জিলা পৰিষদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 13, 2018 4:22 pm
Sivasagar Election

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰৰ পুৱাৰে পৰা ৰাজ্যত চলি থকা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা এতিয়াও শেষ হোৱা নাই যদিও শিৱসাগৰ জিলাৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল জিলা প্ৰশাসনে আজি দিনৰ ১২ বজাত ঘোষণা কৰিছে। জিলা প্ৰশাসনে জনোৱা অনুসৰি শিৱসাগৰ জিলাৰ ১২খন জিলা পৰিষদৰ ৬খনত বিজেপি, ৪খনত কংগ্ৰেছ আৰু ২খন আসন অসম গণ পৰিষদ দলে দখল কৰিবলৈ সক্ষম হয়।

কংগ্ৰেছ দলৰ দখলত থকা শিৱসাগৰ বিধানসভা সমষ্টিৰ ১৮ খন গাঁও পঞ্চায়তৰ ১২ খনত কংগ্ৰেছ আৰু ৬ খন গাঁও পঞ্চায়ত বিজেপিয়ে দখল কৰে। জানিব পৰা মতে বেতবাৰী, লাচিত, খেলুৱা, বানমুখ, দিচাংধাইআলি, হাঁহচৰা, চেৰেকাপাৰ, কোঁৱৰপুৰ, চাউলকৰা, নগৰমহল, ৰংপুৰ আৰু শলগুৰি গাঁও পঞ্চায়ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে দিচাংপাৰ, দিচাংমুখ, পানবেচা, শান্তিপুৰ, ৰূদ্ৰসাগৰ আৰু মগৰাহাট গাঁও পঞ্চায়তত বিজেপিৰ দখললৈ যায়।

Apply Now

আনহাতে শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ খন জিলা পৰিষদৰ কংগ্ৰেছ দলে ৩ খন আৰু বিজেপি দলে এখনত জয়ী হয়। ৰংপুৰ, শিৱসাগৰ আৰু বেতবাৰী জিলা পৰিষদ কংগ্ৰেছে আৰু বিজেপিয়ে দিচাংমুখ জিলা পৰিষদ দখল কৰে।

আনহাতে বিজেপিৰ দখলত থকা থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহৰো অধিকাংশ বিজেপিয়ে নিজৰ দখললৈ নিবলৈ সক্ষম হয়। বিধায়ক কুশল দুৱৰীৰ নেতৃত্বত বিজেপি দলে থাওৰা সমষ্টিৰ ২০ খন পঞ্চায়ত সভাপতিৰ পদৰ ১৮ খন জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ২ খনতহে জয়ী হবলৈ সক্ষম হয়। নেমুগুৰি আৰু থাওৰা দ’ল পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছ জয়ী হোৱাৰ বিপৰীতে বাকী ১৮ খন পঞ্চায়তত বিজেপিয়ে দখল কৰে। ইফালে থাওৰা সমষ্টিৰ ২০ টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত  ১৯ টা বিজেপিয়ে আৰু ১ টা কংগ্ৰেছ দখল কৰে।

আনহাতে থাওৰা সমষ্টিৰ ৪ খন জিলা পৰিষদৰ ৪ খনতেই বিজেপিয়ে দখল কৰে।

আনহাতে অগপৰ দখলত থকা আমগুৰি বিধান সভা সমষ্টিৰ ২১ খন গাঁও পঞ্চায়তৰ ১০ খনত কংগ্ৰেছ,  ৮ খনত অগপ আৰু ৩ খনত বিজেপি বিজয়ী হৈছে।

খনামুখ, দেওৰজা, ম’ৰাবজাৰ, পেঙেৰা, বৰাহীবাৰী, লালিমচাপৰি, নামতিদ’ল, কাৱৈমাৰী আৰু বৰবাম গাঁও পঞ্চায়তত কংগ্ৰেছ জয়ী হয়। দিকচু, মেমাইতামুলী, বৰুৱাপুখুৰী, ভূঞাহাট, চাৰিং, হাফলুটিং, হাতীঘূলী আৰু দিখৌমুখ গাঁও পঞ্চায়ত অগপই দখল কৰাৰ বিপৰীতে বৰছিলা, বৰুৱাআলি আৰু আমগুৰি বাগান গাঁও পঞ্চায়ত বিজেপিয়ে দখল কৰে।

আমগুৰি সমষ্টিৰ ৪ খন জিলা পৰিষদৰ ২ খন অগপ, ১ খন বিজেপি আৰু এখন কংগ্ৰেছে দখল কৰে। জকাইচুক আৰু ম’ৰাবজাৰ জিলা পৰিষদ অগপই দখল কৰাৰ বিপৰীতে দোপদৰ জিলা পৰিষদ বিজেপিয়ে আৰু আমগুৰি জিলা পৰিষদ কংগ্ৰেছ দলে দখল কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd