• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি এৰি কংগ্ৰেছত যোগদান প্ৰাক্তন ডি এইচ্ছ ডি প্ৰধান দিলীপ নুনিচাৰ 

কংগ্ৰেছৰ হৈ হামৰি আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দিলীপ নুনিচাই

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , January 3, 2019 11:31 am

1 min read

Dilip Nunisa

ফটো : নৰ্থ-ইষ্ট নাও

2.1k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দলত ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে তীব্ৰতৰ ৰূপ লোৱাৰ সময়তে প্ৰাক্তন ডি এইচ্ছ ডি প্ৰধান দিলীপ নুনিচাইও বিজেপি এৰি কংগ্ৰেছত যোগদান কৰাত গেৰুৱা বাহিনীৰ শিৱিৰ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে প্ৰাক্তন ডি এইচ্ছ ডি প্ৰধান দিলীপ নুনিচাই দীৰ্ঘ দিনৰ পৰা বিজেপি দলৰ হৈ দিয়ুঙব্ৰা সমষ্টিৰ উন্নয়নৰ কাৰনে কাম কৰি সাংগঠনিক ভেটি মজবুত কৰিছিল যদিও দলে অন্তিম মুহুৰ্তত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাত তেওঁ দল এৰিবলৈ বাধ্য হয়।

বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰা নুনিচাই পৰিষদৰ নিৰ্বাচনত ২৪ নম্বৰ হামৰি আসনৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে।

বিজেপি দলৰ হৈ দিয়ুঙব্ৰা আসনৰ পৰা প্ৰাৰ্থিত্ব বিচৰা দিলীপ নুনিচাই আজি দিনৰ এঘাৰ বজাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব।

উল্লেখ্য যে অহা ১৯ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৩ জানুৱাৰি। ইতিমধ্যে বিজেপি দলৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত অধিকাংশ প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰাত স্বাভাৱিকতে আকৰ্ষণীয় হ’ব এইবাৰৰ পৰিষদীয় নিৰ্বাচন।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd