• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত অগপ প্ৰাৰ্থী মণি মাধৱৰ হৈ প্ৰচাৰ চলালে অমিত শ্বাহে

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
March 28, 2019 10:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি বিপিএফ মিত্ৰ দলৰ প্ৰাৰ্থী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ ‘মণি মাধৱ মহন্ত’ক বিজয় কৰোৱাৰ লক্ষ্যৰে আজি কলিয়াবৰৰ নাগশংকৰস্থীত ডা টি আউ ষ্টেডিয়ামত অগপ আৰু বিজেপিৰ মিত্ৰজোটে ‘বিজয় সংকল্প সমাৰোহৰ’ আয়োজন কৰে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, বিজেপি সভাপতি ৰঞ্জিত দাস, বিধয়িকা আঙুৰলতা ডেকা, মন্ত্ৰী কেশৱ মহন্ত , অতুল বৰাকে ধৰি কেইবাজনো অগপ-বিজেপিৰ নেতা উপস্থিত আছিল।

Apply Now

সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ‘আকৌ এবাৰ মোদী চৰকাৰ’ এই মূল মন্ত্ৰ লৈয়ে মিত্ৰজোটৰ প্ৰাৰ্থীসকলক বিজয় কৰি পুনৰ নৰেন্দ্ৰ মোদী চৰকাৰ গঢ়াৰ লক্ষ্যৰে নিৰ্বাচনৰ প্ৰচাৰ চলাই ভ্ৰষ্টাচাৰী কংগ্ৰেছ দলক আঁতৰোৱাৰ হুংকাৰ প্ৰদান কৰে।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰত দুবছৰৰ আগতে হোৱা বানপানীত ক্ষতিগ্ৰস্তক লোকসভা নিৰ্বাচনৰ পিছৰ ১০-১৫ দিনৰ ভিতৰতে সম্পূৰ্ণ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰে। নিৰ্বাচনৰ পিছতে ৰাইজৰ কাষত উপস্থিত হৈ বানপানীত ক্ষতিগ্ৰস্তক হিমন্তই নিজে ক্ষতিপূৰণ প্ৰদান কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তাৰোপৰি মন্ত্ৰী হিমন্তই দেশ তথা ৰাজ্যৰ সুৰক্ষা তথা ৰাইজৰ উন্নতিৰ বাবে পুনৰ মোডী চৰকাৰক বিজয় কৰোৱাৰ বাবে কলিয়াবৰৰ সুসন্তান মণি মাধৱ মহন্তক ভোটি দি জয় কৰোৱাই কলিয়াবৰত কংগ্ৰেছ দলক পৰাক্ষূত কৰিবলৈ সকলোকে আহ্বান জনায়।

ইয়াৰোপৰি সৰ্বানন্দ সোণোৱালে পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ কাৰ্যকালৰ বিৱৰণিৰ লগত বিজেপিৰ আঢ়ৈ বছৰীয়া শাসনৰ বিৱৰণ দাঙি ধৰি ৰাইজক আকৌ এবাৰ মোদী চৰকাৰ গঢ়াৰ স্বাৰ্থত সকলোৱে ভোট দান প্ৰদান কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাওৰ এক সুকীয়া অনুসন্ধানত কলিয়াবৰৰ একাংশ সচেতন ৰাইজে মন্ত্ৰী হিমন্তৰ ভাষ্যক কটাক্ষ কৰি কয় যে, ‘বিগত আঢ়ৈ বছৰে হিমন্তই এদিনলে খবৰ ল’লেনে কলিয়াবৰৰ বানপীড়িত ৰাইজে কেনেদৰে দিন কটাইছে ?’ লগতে আজি আঢ়ৈতা বছৰে বান পীড়িত ৰাইজৰ প্ৰাপ্য দিব নোৱাৰা এই চৰকাৰখনে বা মন্ত্ৰী হিমন্তই লোকসভা নিৰ্বাচনৰ পাছতে দিবলৈ ওলোৱাটো যে এক ৰাজনৈতিক মুনাফা লাভৰ ভোট বেংক সেইটো প্ৰতিপন্ন হৈছে বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd