• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

২০১৭ চনত বিজেপিত যোগদান কৰাৰ পিছৰে পৰা তেওঁ নিজকে মোডী ভক্ত বুলি পৰিচয় দি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 12:44 pm
77
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিব বিচাৰি পুনৰ দললৈ পত্ৰ প্ৰেৰণ কৰিছে শ্বেহজাদ পুনাৱাল্লাই। সোমবাৰে দলৰ সভাপতি নীতিন নবীনলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত বিজেপিৰ সৰ্বভাৰতীয় মুখপাত্ৰগৰাকীয়ে তেওঁৰ দেশ এৰি যোৱাৰ অনুৰোধ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।

ইয়াৰ পূৰ্বে ৩০ জুলাইত বিজেপিৰ সভাপতিলৈ পত্ৰ লিখি পূনাৱাল্লাই দলৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিব বিচাৰিছিল। কিন্তু দলটোৱে তেওঁৰ পদত্যাগ মানি লোৱা নাছিল। তেওঁক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ কোৱা হৈছিল।

Apply Now

সোমবাৰে পুনাৱাল্লাই ঘোষণা কৰে যে তেওঁ নিজৰ সিদ্ধান্ত চূড়ান্ত কৰিছে। সাংগঠনিকভাৱে তেওঁ বিজেপিৰ লগত নাথাকিব। আনকি প্ৰাথমিক সদস্য হিচাপেও নহয়। অৱশ্যে তেওঁ দলৰ মতাদৰ্শ অনুসৰণ কৰিব।

এইগৰাকী যুৱ বিজেপি মুখপাত্ৰ নৰেন্দ্ৰ মোডীৰ অনুৰাগী হিচাপে পৰিচিত। তেওঁ বিভিন্ন সময়ত প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কৰিছে। মোডীক লৈ তেওঁ গ্ৰন্থ লিখিছে। পদত্যাগ পত্ৰত তেওঁ কিয় দলৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিব বিচাৰে তাৰ কোনো স্পষ্ট ব্যাখ্যা নাই। এইবাৰ পুণাৱাল্লাই নীতিন নবীনলৈ লিখা চিঠিখনৰ প্ৰতিলিপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ প্ৰাক্তন সভাপতি জে পি নাড্ডা আৰু সাংগঠনিক সম্পাদক বি এল সন্তোষলৈও প্ৰেৰণ কৰিছে।

যোৱা ৩০ জুলাইত পদত্যাগৰ পত্ৰ প্ৰেৰণ কৰি মুখপাত্ৰগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ হেণ্ডেলৰ পৰা বিজেপিৰ পতাকা আঁতৰাইছিল। এক এক্স-পোষ্টত তেওঁ কেৱল দলীয় পদ এৰি দিয়াই নহয়, বিজেপিৰ সৈতে থকা সম্পৰ্কও ত্যাগ কৰা বুলি উল্লেখ কৰে। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি তেওঁৰ সন্মান অক্ষুন্ন থাকিব বুলিও লিখিছে।

২০১৭ চনত বিজেপিত যোগদান কৰাৰ পিছৰে পৰা তেওঁ নিজকে মোডী ভক্ত বুলি পৰিচয় দি আহিছে।

পুনাৱাল্লাই ৯ বছৰ পূৰ্বে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল। কংগ্ৰেছৰ সভাপতি নির্বাচন প্রক্রিয়া সন্দর্ভত এলানি অভিযোগ উত্থাপন কৰি আৰু গান্ধী পৰিয়ালক লক্ষ্য কৰি তেওঁ দল এৰি থৈ আহিছিল৷ সংখ্যালঘু জনগোষ্ঠীৰ এইজন জনপ্ৰিয় নেতাক ৰাষ্ট্ৰীয় মুখপাত্ৰ কৰি বিজেপিয়ে যথেষ্ট গুৰুত্ব প্ৰদান কৰে।

বিজেপিৰ একাংশৰ মতে, দিল্লীৰ যন্তৰ মন্তৰত জেন-জি আন্দোলনৰ সময়ত ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে তেওঁ পৰ্যাপ্ত দক্ষতা দেখুৱাব পৰা নাছিল বুলি দলটোত আলোচনা হৈছিল। বিজেপিৰ ভিতৰতে তাৰ ফলতে এই পদত্যাগ হৈছে নেকি সেই লৈ চৰ্চা চলিছে।

অৱশ্যে আন এটা কাৰণ চৰ্চিত হৈ আছে। কোৱা হৈছে যে পুনাৱাল্লাই কোনো কোম্পানীত যোগদান কৰিছে। এই কোম্পানীৰ চৰ্ত মানি লৈ তেওঁ ৰাজনৈতিক দল ত্যাগ কৰিব বিচাৰিছে বুলি ধাৰণা কৰা হৈছে। পুনাৱাল্লাই নিজেও এই সন্দৰ্ভত কিছু ইংগিত দিছে। অৱশ্যে কোনো চৰকাৰী বা বেচৰকাৰী সংস্থাৰ নাম উল্লেখ কৰা নাই।

পদত্যাগ কৰাৰ পিছতো পুনাৱাল্লাই নিজৰ বায়’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কে দিয়া বক্তব্য অটুট ৰাখিছে। তেওঁ কয়, মই নৰেন্দ্ৰ মোডীৰ আজীৱন অনুগামী। ‘প্ৰধানমন্ত্ৰী মোদীৰ আজীৱন অনুৰাগী’ তেওঁৰ এখন গ্ৰন্থৰ নামো। তেওঁ জাৰ্নি অফ জি এছ টি গ্ৰন্থৰো লেখক। তেওঁৰ বায়’ত উল্লেখ আছে, ধৰ্ম: ইছলাম, সংস্কৃতি: হিন্দু, মতাদৰ্শ: ভাৰতীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd