• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত বিজেপি দলৰ পঞ্চায়ত প্ৰাৰ্থীৰ হাতত প্ৰাণ গ’ল পিতৃৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , November 28, 2018 7:22 pm

2 min read

Biswanath

অভিযুক্ত বিজেপিৰ পঞ্চায়ত প্ৰাৰ্থী চুতু পাটৰ

779
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত এগৰাকী পঞ্চায়ত প্ৰাৰ্থীয়ে নিজ পিতৃক হত্যা কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ মহালক্ষী বস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

প্ৰাপ্ত তথ্য মতে মঙলবাৰে বিশ্বনাথৰ চেলাইখাটী গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী চুতু পাটৰে নিজৰ বৃদ্ধ পিতৃ গুমচ পাটৰ(৬০)ক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে।

ঘটনা অনুসৰি গুমচ পাতৰে মদ্যপান কৰি আহি তেওঁৰ কন্যা মাইনু পাটৰক এডাল লাঠিৰে প্ৰহাৰ কৰিছিল। পিতৃৰ প্ৰহাৰৰ পৰা মাইনুৱে কোনো মতে নিজকে ৰক্ষা কৰে যদিও এই সমস্ত ঘটনা প্ৰত্যক্ষ কৰি থকা গুমচৰ পুত্ৰ চুটু পাটৰে লগে লগে পিতৃৰ হাতৰ পৰা লাঠি দাল কাঢ়ি লৈ পিতৃক প্ৰহাৰ কৰে।

অৱশ্যে পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পিতৃক পিছত পুত্ৰ চুতু পাটৰে নিজেই চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে গোমচ পাটৰৰ মৃত্যু হয়।

উল্লেখযোগ্য যে গাওঁৰক্ষী বাহিনীৰ সম্পাদক গৰাকীয়ে জনোৱা মতে গোমচ পাটৰে দুগৰাকীক বিয়া কৰাইছিল। ইয়াৰে দ্বিতীয় পত্নীৰ ইতিমধ্যে মৃত্যু হৈছে। দ্বিতীয় পত্নীৰ কন্যা মাইনুক আক্ৰমণ কৰি ‘মাৰ আৰু ককায়েৰক যেনেকৈ মাৰিছিলো তোকো তেনেদৰেই মাৰিম’ বুলি কৈছিল পিতৃয়ে। ইয়াতে অতিষ্ঠ হৈ প্ৰথমা পত্নীৰ পুত্ৰ চুটুয়ে নিজ পিতৃক লাঠিৰে প্ৰহাৰ কৰাত লোকজনে মৃত্যুক আঁকোৱালি লয়।

আনহাতে বিশ্বনাথ আৰক্ষীয়ে আজি অভিযুক্ত বিজেপি দলৰ চেলাইখাটী গাওঁ পঞ্চায়তৰ প্ৰাৰ্থী চুটু পাটৰক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd