• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশ্চিত পৰাজয়ৰ শংকাতে বিজেপিয়ে বাতৰি সৃদশ বিজ্ঞাপন প্ৰকাশ কৰিছে : অসম জাতীয় পৰিষদৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2021 9:03 pm
BJP Ad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ বাতৰিৰূপী বিজ্ঞাপন অনৈতিকঃ অসম জাতীয় পৰিষদ ‘ডজনিত নিশ্চিত পৰাজয়ৰ উমান পাইছে বিজেপিয়ে

বিজেপিৰ বিজ্ঞাপন কাণ্ডৰ সন্দৰ্ভত মুখ খুলিছে আঞ্চলিক ৰাজৈনিতক দল অসম জাতীয় পৰিষদে।

Apply Now

সংবাদ মাধ্যমৈল প্ৰেৰণ কৰা এক বিবৃতিত দলটোৱে কয় যে ‘প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছ দিনা, অর্থাৎ ২৮ মাৰ্চৰ দিনা অসমৰ প্ৰায়কেইখন শীৰ্ষস্থানীয় বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ‘বেনাৰ হেডলাইন’ হিচাপে বিজেপি দলে প্রকাশ কৰা বিজ্ঞাপন অসমৰাসী ৰাইজৰ লগতে অসম জাতীয় পৰিষদ দলৰো দৃষ্টিগোচৰ হৈছে।’

বিজেপি দলৰ উক্ত কাৰ্য সম্পূৰ্ণৰূপে অনৈতিক আৰু অবিবেচক বুলিও অভিহিত কৰিছে দলটোৱে।

উজনিত নিশ্চিত পৰাজয়ৰ উমান পাই ৰিজেপিয়ে এনেধৰণৰ ৰাজনৈতিকভাৱে অনৈতিক কাৰ্যত লিপ্ত হৈছে বুলি দাবী কৰি ৰাইজৰ দলে কয় যে ‘বিজেপি দলে মদে-মাংসই-টকাৰে ভোটাৰৰ বিবেকক কিনিবলৈ অহৰহ চেষ্টা চলাই আহিছে। বাতৰিকাকতত প্ৰকাশ পোৱা বাতৰিৰূপী বিজ্ঞাপন বিজেপি দলৰ কূটকৌশলৰে অংশ বিশেষ। অসমৰ স্বাভিমানী জনগণে এইবাৰ মন ৰান্ধিছে যে বিজেপিৰ কোনো কূটকৌশল সফল হ’বলৈ নিদিয়ে।’

যি সময়ত ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাজনৈতিক দলসমূহক অনৈতিক পন্থাৰে ভোটাৰক আকৰ্ষিত, প্ৰলোভিত বা বিভ্ৰান্ত নকৰিবলৈ সকীয়াই আহিছে, তেনে সময়ত বিজেপি দলে উক্ত কাৰ্য সম্পাদন কৰি নিৰ্বাচন আয়োগৰ নীতি ভংগ কৰাই নহয়, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মতামতকো অৱমাননা কৰা বুলি অভিযোগ কৰিছে ৰাইজৰ দলে।

বিজেপিৰ বাতৰিৰূপী ৰিজ্ঞাপন ‘এক্সিট প’ল’ৰ নিচিনা হৈছে আৰু ইয়াৰ বাৰে দলটোক নিৰ্বাচন আয়োগে সঁকিয়াই দিয়া উচিত। জাতীয়তাৰাদৰ সপক্ষে এক নীৰৱ ৰতাহ ৰাজ্যখনৰ সকলোতে ৰৈ আছে বুলি ‘ই বিজেপিক শংকিত কৰি তুলিছে। সেইবাবেই ৰিজ্ঞাপনক বাতৰিৰ ৰূপ দিবলৈ বিজেপিয়ে চেষ্টা চলাইছে’ বুলি উল্লেখ কৰিছে বিবৃতিটোত।

অসম জাতীয় পৰিষদে বিজেপিৰ মূল্যবোধহীন বিজ্ঞাপনৰ বিষয়ে কালি দেশৰ আৰু ৰাজ্যৰ নিৰ্বাচনী কৰ্তৃত্বক অৱগত কৰি আৰু বিহিত ব্যৱস্থা ল’বলৈ অনুৰোধ জনোৱা বুলি জানিবলৈ দিছে দলটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd