• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ঘোষণা: বিজেপিৰ নেতৃত্বত গঠন হ’ব বিটিচি পৰিষদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 2, 2020 6:33 am
IMG-20201101-WA0111

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দেওবাৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৰণডংকা বজায়।

তামুলপুৰ বিধানসভা সমষ্টিৰ  অন্তৰ্গত ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰাই নিৰ্বাচনী ৰণডংকা বজোৱা বুলি ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি  ৰঞ্জিত দাসে।

Apply Now

আনহাতে, দেওবাৰে সন্ধিয়া ২৮ নম্বৰ গয়বাৰী আৰু ২৬ নম্বৰ দৰঙাজুলি সমষ্টিত দলীয় কাৰ্যকৰ্তাৰ সতে মত বিনিময় কৰি ৰঞ্জিত দাসে কয়, ‘’আজিৰে পৰাই আমি বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৰণডংকা বজাইছো। যিহেতু অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে সেয়েহে আমি বিজেপি দলে আজিৰে পৰাই নিৰ্বাচনী ৰণডংকা বজাইছো।‘’

বাক্সা জিলাৰ গয়বাৰী সমষ্টিৰ পৰাই নিৰ্বাচনী ৰণডংকা বজোৱাৰ কথা ঘোষণা কৰি তেওঁ কয়, ‘’নিৰ্বাচনৰ আগলৈকে বিটিআৰ অঞ্চলত আমি অতি কমেও ৫০০ খন সভা অনুষ্ঠিত কৰিম। বিজেপি দলে প্ৰতিদ্বন্দিতা আগবঢ়োৱা আটাইকেইটা সমষ্টিৰ দলীয় প্ৰাৰ্থী সকলৰ সমৰ্থনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা আদিকে ধৰি দলৰ বহু শীৰ্ষ নেতাই প্ৰচাৰ কাৰ্য চলাব।‘’

তেওঁ লগতে কয়, ‘’এইবাৰ বিজেপি দলৰ নেতৃত্বত কিম্বা বিজেপি দলৰ অংশীদাৰিত্বত বিটিচি পৰিষদ নিশ্চিতভাবে গঠন হব।  বিজেপিৰ নেতৃত্বত বা অংশীদাৰিত্বত বিটিচি পৰিষদ গঠন হ’লে বিটিআৰ অঞ্চলৰ ৰাইজে ন্যায় পাব আৰু কোনো বৈষম্য নহ’ব, নাথাকিব কোনো দুৰ্নীতি।‘’

ইয়াৰ পূৰ্বে দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীক দ্বাৰকুছিৰ পৰা বাইক ৰেলী কৰি আদৰি আনে গয়বাৰী মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ধনেশ্বৰ বড়ো আৰু সাধাৰণ সম্পাদক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত বিজেপিৰ শতাধিক যুৱ কাৰ্যকৰ্তাই।

সভাপতিগৰাকীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত দাস, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অকণ বৰ্মন,তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী, বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, সাধাৰণ সম্পাদক ৰাজেশ বড়োকে আদি কৰি কেইবাজনো দলীয় নেতা কৰ্মীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd