DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজনৈতিক চমক! দুটা ৱাৰ্ডত জয়ী হৈয়ে টীয়ক পৌৰসভা দখলৰ দিশে বিজেপি

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
March 30, 2022 9:29 am
BJP
160
VIEWS
Share on FacebookShare on Twitter

বিগত পৌৰসভাৰ নিৰ্বাচনত যোৰহাট জিলাৰ টীয়ক পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ মাত্ৰ দুটাহে ৱাৰ্ড বিজিপিয়ে দখল কৰিবলৈ সক্ষম হৈছিল।

এই দুটা ৱাৰ্ডত জয়ী হৈয়ে টীয়ক পৌৰ সভা দখলৰ ফালে অগ্ৰসৰ হৈছে বিজেপি।

৭ নং ৱাৰ্ডৰ পৰা জয় লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী টুলটুল হাজৰিকা আৰু ৫ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয়ভাৱে জয়লাভ কৰা দিগন্ত বৰাই মঙ্গলবাৰে বিজেপিত যোগদান কৰে।

দুয়োজন বিজয়ী প্ৰাৰ্থীয়ে নিজ নিজ সমৰ্থকসকলক লৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পিছতে টীয়ক পৌৰসভাখন বিজেপিৰ দখলতে গঠন হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

কেৱল নগৰখনৰ উন্নয়ন অক্ষুন্ন ৰখাৰ স্বাৰ্থতে দুয়োগৰাকী সদ্য বিজয়ী প্ৰাৰ্থীয়ে গেৰুৱা দলত যোগদান কৰিছে বুলি মত প্ৰকাশ কৰি সকলোৱে হাতে হাত ধৰি কাম কৰি যোৱাৰ সংকল্পবদ্ধ হৈছে।

প্ৰাৰ্থী দুগৰাকীৰ সমান্তৰালকৈ সমষ্টিৰ অগপ আৰু কংগ্ৰেছৰ কেইবাজনো কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি টীয়কত বিজেপিৰ ভেঁটি শক্তিশালী কৰা পৰিলক্ষিত হৈছে।

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd