• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2021 9:00 pm
Brindaban-A
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰত বিগত দুই দশক ধৰি বিধায়কৰ আসনত বহি আছে বৃন্দাবন গোস্বামী।

কিন্তু তেওঁৰ দিনত তেজপুৰৰ আশানুৰূপ উন্নয়ন হোৱা নাই বুলি সময়ে সময়ে সাধাৰণ ৰাইজৰ মাজত চৰ্চিত হৈ আহিছে। আজিও ঐতিহাসিক চহৰখনৰ বহু সমস্যাই সমস্যা হৈয়েই আছে।

Apply Now

২০১৬ৰ নিৰ্বাচনত তেজপুৰত বিজেপিৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল,  কিন্তু মিত্ৰতাৰ সম্পৰ্কৰ খাতিৰত তেজপুৰৰ দৰে গৰিমামণ্ডিত আসনখন বিজেপিয়ে বৃন্দাবন গোস্বামীৰ কাৰণে এৰি দিয়ে আৰু মিত্ৰ দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ বিজেপি কৰ্মীসকলে ত্ৰুটিহীন প্ৰচেষ্টা চলায়।

অগপ আৰু বিজেপিৰ দলীয় কৰ্মীসকলৰ কষ্ট ত্যাগৰ বলতে বৃন্দাবন গোস্বামী বিজয়ী হয় যদিও পিছলৈ তেওঁ দলীয় কৰ্মীসকলৰ ফালে বিশেষকৈ বিজেপি কৰ্মীৰফালে পিঠি দিবলৈ লয় আৰু ই বিজেপিৰ সৰ্ব্বস্তৰৰ কৰ্মীৰ মনত আঘাত হানে।

বিশেষকৈ ‘কা’ আন্দোলনত বৃন্দাবন গোস্বামীৰ স্থিতি আৰু সময়ত তেজপুৰৰ আইনশৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰা স্বত্তেও তেওঁৰ নিৰ্বিকাৰ ভূমিকাই বিজেপি কৰ্মীসকলক বাৰুকৈয়ে বিপাঙত পেলায়।

এনেস্থলত তেজপুৰ বিজেপিৰ এখন দলীয় সভাত তেজপুৰৰ সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে তেজপুৰৰ আসনখন এইবাৰ বিজেপিৰ হাততে থাকিব বুলি ঘোষণা কৰাত তেজপুৰ বিজেপিৰ সকলো নেতা কৰ্মী উৎফুল্লিত হৈ উঠে।

তেজপুৰ বিজেপিৰ নেতা কৰ্মীয়ে পল্লৱ লোচন দাসৰ এই বলিষ্ঠ ঘোষণাক আদৰণি জনাই।

সাংসদ পল্লৱ লোচন দাসৰ এই ঘোষণাৰ পিছতে দীপক শইকীয়া, ঋতুবৰণ শৰ্মা, ত্ৰিদিপ কলিতা, প্ৰমোদ নাথ, ডা: বীৰেন্দ্ৰ কুমাৰ নাথ,পুষ্পা ডেকা, স্বপ্না বনিয়া, মুনিন চন্দ্ৰ বৰুৱাকে ধৰি তেজপুৰৰ বহু নামী বেনামী নেতাই এতিয়া টিকটৰ দৌৰৰ বাবে কঁকালত টঙালি বান্ধিছে।

কিন্তু অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোডী, লাল কৃষ্ণ আদৱানি, মুৰুলী মনোহৰ যোশী, যোগী আদিত্যনাথৰ দৰে বলিষ্ঠ নেতাৰ ত্যাগ-কষ্ট আৰু আদৰ্শৰে শক্তিশালী এই দলটোত ৰকিবুলৰ মানস পুত্ৰ, বালি-শিলৰ মাফিয়া, ছিণ্ডিকেট কাণ্ডাৰী বুলি চৰ্চিত ব্যক্তি এজনে তেজপুৰৰ দৰে বুৰঞ্জী প্ৰসিদ্ধ আসনৰ দাবীদাৰ হিচাপে থিয় দিয়াটোৱে তেজপুৰৰ সাধাৰণ বিজেপি প্ৰেমী ৰাইজৰ চকু কপালত তুলিছে।

অশেষ ত্যাগ কষ্ট আৰু লাঞ্ছনা বঞ্চনা আওকাণ কৰি দলৰ দুৰ্যোগৰ দিনত বিজেপিৰ ধ্বজা তেজপুৰত ধৰি ৰখা মহলৰ মাজত ব্যাপক চৰ্চা হৈছে এই বিষয়টো।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd