• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেট্ৰ’লৰ দাম বৃদ্ধিলৈ পৰোৱা নাই বিজেপিৰ : প্ৰায় ৫ লাখ ৪৫ হাজাৰ বাইকেৰে ৰেলী উলিয়াব যুৱ মৰ্চাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 28, 2019 10:03 pm
images (1)

বিজেপিৰ বাইক ৰেলী। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’লৰ ক্ৰমবৰ্ধমান মূল্য বৃদ্ধিৰ প্ৰতি কোনোধৰণৰ পৰোৱা নাই বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ। শাসনত থাকিও সমগ্ৰ ভাৰততে ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে অহা ২ মাৰ্চৰ দিনা প্ৰতিটো লোকসভা সমষ্টিতে বাইক ৰেলী বাহিৰ কৰিব বিজেপিয়ে।

আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে বিজেপি যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণে। তেওঁ লগতে জনায় যে প্ৰত্যেকটো লোকসভা সমষ্টিৰ পৰা সমষ্টিভেদে অতি কমে ৫০০ আৰু সৰ্বাধিক ১০০০ খন বাইক ব্যৱহাৰ কৰিব বিজেপিৰ যুৱ কৰ্মীসকলে।

Apply Now

সেই অনুসৰি, প্ৰত্যেকটো সমষ্টিৰ পৰা যদি কমেও ১০০০ খন বাইক ৰেলী বাহিৰ কৰে, তেন্তে ৫৪৫ টা লোকসভা সমষ্টিৰ পৰা অতি কমেও প্ৰায় ৫ লাখ ৪৫ হাজাৰখন বাইক ব্যৱহাৰ কৰা হ’ব এই বাইকৰেলীত।

আনহাতে, ভাৰতৰ যুৱসকলক অধিক সক্ৰিয় কৰি তোলাৰ বাবে এই মহা বাইক ৰেলী অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰি বৰ্মণে সংবাদমেলত কয়, ‘চৰকাৰ গঠনৰ ক্ষেত্ৰত এই বাইকৰেলীয়ে যুৱ সমাজৰ মনত সজাগতাৰ লগতে উদ্দীপনাৰ সঞ্চাৰ কৰিব বুলি যুৱ মৰ্চাই আশা প্ৰকাশ কৰিছো।‘

উক্ত দিনটোত এই বাইক ৰেলী ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভপতি অমিত শ্বাহে মধ্যপ্ৰদেশৰ শ্বাহদলৰ পৰা দিনৰ ১২ বজাত শুভাৰম্ভণি কৰিব বুলি জানিব দিয়ে।

মন কৰিবলগীয়া যে এই বাইক ৰেলীৰ জৰিয়তে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ নিয়া হ’ব বুলি সংবাদমেলত বৰ্মণে সদৰী কৰিলেও এখন বাইকত তেল ভৰোৱাৰ বাবদ যদি ২০০ টকাকৈ ধৰা হয় তেন্তে মুঠ ১০,৯০,০০০০০ টকা খৰচ হ’ব উক্ত বাইকৰেলীত।

প্ৰশ্ন হয়, নিবনুৱা সমস্যাই জুৰুলা কৰি থকাৰ সময়ত এই বাইক ৰেলীয়ে যুৱ প্ৰজন্মক উৎসাহিত কৰিব বা মনত সজাগতা আনিব নে বাইক ৰেলীৰ নামত দেশত শৰাধ হ’ব কোটি কোটি ধন?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd