• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত ঘৰে ঘৰে দলীয় পতাকা উত্তোলন কৰিলে বিজেপি কৰ্মীয়ে

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , September 29, 2020 5:33 pm

2 min read

টীয়কত ঘৰে ঘৰে দলীয় পতাকা উত্তোলন কৰিলে বিজেপি কৰ্মীয়ে

ফটো-নৰ্থ-ইষ্ট নাও

175
VIEWS
Share on FacebookShare on Twitter

আজি আৰু কাইলৈ সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে প্ৰতি গৰাকী সদস্যই ঘৰে ঘৰে দলীয় পতাকা উত্তোলনৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ ব্যতিক্ৰম হোৱা নাই যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধান সভা সমষ্টি।

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য  সমষ্টিটোৰ মধ্য টীয়ক গাঁও পঞ্চায়তৰ অন্তৰ্গত অসীম বৰুৱাৰ বাসগৃহত অঞ্চলটোৰ বুথ কমিটিৰ পৰা মণ্ডল, প্ৰভাৰী তথা তৃণমূল কৰ্মকৰ্তাৰ সহযোগত দলীয় পতাকা উত্তোলন কৰা হয় লগতে অঞ্চলটোৰ কেইবাজনো বয়োজেষ্ঠ ব্যক্তিক সন্মান জনোৱা হয়।

ইপিনে, সমষ্টিটোৰ চিপাহীখোলা মণ্ডলৰ অন্তৰ্গত জিলা বিজেপিৰ সম্পাদিকা ৰুমী চেতীয়াৰ বাসগৃহতো চিপাহীখোলা মণ্ডল বিজেপিৰ সভাপতিকে প্ৰমুখ্য কৰি অঞ্চলৰ প্ৰায় শতাধিক পুৰুষ মহিলাৰ উপস্থিতত দলীয় পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ জিলা বিজেপিৰ উপ-সভাপতি তথা টীয়ক পৌৰসভাৰ  প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানৰ গৃহটো কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি, জিলা বিজেপিৰ প্ৰাক্তন সভাপতিৰ তথা বহুকেইজন কৰ্মকৰ্তাৰ উপস্থিতত দলীয় পতাকা উত্তোলন কৰা হয়।

বিজেপি দলৰ সাংগঠনিক ভেটি তথা তৃণমূল পৰ্যায়ত দলীয় শক্তি আৰু অধিক সুদৃঢ় কৰি অনাগত দিনত আৰ্তসকলৰ কাষত থিয় হৈ  দেশখনক আগুৱাই নিয়া তথা ইয়াৰ জড়িয়তে প্ৰতিগৰাকী দলীয় কৰ্মীক শক্তি, সাহস আৰু ধৈৰ্য্য প্ৰদান কৰাৰ উদ্দেশ্যৰেই সমগ্ৰ দেশতে এনেদৰে ঘৰে ঘৰে দলীয় পতাকা উত্তোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে কৰ্মকৰ্তাসকলে।

Recent News

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

কৃষক আন্দোলন : সমৰ্থন জনালে কানাডা, ফ্ৰান্সকে ধৰি বহুকেইখন দেশৰ মানৱ অধিকাৰ সংগঠনে

কৃষক আন্দোলন : সমৰ্থন জনালে কানাডা, ফ্ৰান্সকে ধৰি বহুকেইখন দেশৰ মানৱ অধিকাৰ সংগঠনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd