• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপক নিঃশেষ কৰিবলৈ বিজেপিয়ে ৰচা ষড়যন্ত্ৰ ব্যৰ্থ ; ইডি- চিবিআইৰ জৰিয়তে ক্ষমতাৰ অপপ্ৰয়োগ কেন্দ্ৰীয় চৰকাৰৰ- আপ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 19, 2024 5:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰা বিজেপি নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ইডি বা চিবিআইৰ প্ৰয়োগ কৰা নাই। ৭০ হাজাৰ কোটি টকাৰ দুৰ্নীতিত লিপ্ত বিজেপি নেতা জে’ললৈ যাবলগীয়া হোৱা নাই। বিজেপিত যোগদান কৰা মুকুল ৰায়, শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত হোৱা নাই। বৃহৎ কেলেংকাৰি সংঘটিত কৰি বিদেশত বিলাসী জীৱন অতিবাহিত কৰিছে নিৰৱ মোদী, ললিত মোদী, বিজয় মালিয়াৰ দৰে বিজেপি চৰকাৰৰ ঘনিষ্ঠ ব্যক্তি। অথচ কোনো ধৰণৰ দুৰ্নীতি, অনিয়মৰ প্ৰমাণ নোহোৱাকৈ আপৰ চাৰিগৰাকীকৈ নেতাৰ বিৰুদ্ধে ইডি – চিবিআই লগাই কাৰাগাৰত বন্দী কৰি ৰাখিছিল। সাংসদ সঞ্জয় সিং, মনীষ ছিছ’দিয়া, আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু সত্যেন্দ্ৰ জৈনক অন্যায় ভাৱে ইডি, চিবিআইৰ জৰিয়তে গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰি ৰাখিছিল। দুৰ্নীতি বা ধন সৰবৰাহৰ কোনো তথ্য নোপোৱাত আদালতে এজন এজনকৈ আটাইকেইজনকে জামিনত মুক্তি দিয়ে। দিল্লীৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক কালি ৰাউছ এভিনিউ আদালতে জামিনত মুক্তি দিয়ে। আম আদমী পাৰ্টিয়ে আদালতৰ ৰায়ক আদৰণি জনাইছোঁ। “

আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এইদৰে মত ব্যক্ত কৰে দলটোৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই। দলৰ জ্যেষ্ঠ নেত্ৰী গৰাকীৰ অভিযোগ,” যি বিজেপি চৰকাৰে গণতন্ত্ৰৰ সুৰক্ষাৰ কথা কয়, সেই বিজেপিয়ে আপক নিঃশেষ কৰাৰ বাবে অন্যায়ভাৱে ইডি আৰু চিবিআইৰ ব্যৱহাৰ কৰিছে। ভুৱা গোচৰত আমাৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ জীৱনৰ বহু মূল্যৱান সময়ৰ অপচয় কৰিছে। যি গৰাকী সত্যেন্দ্ৰ জৈনে স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈ দিল্লীত মহল্লা ক্লিনিক স্থাপনৰ জৰিয়তে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰিলে তেওঁৰ ওপৰত ভুৱা গোচৰ জাপি দিলে। এয়া বিজেপিৰ ষড়যন্ত্ৰ । ন্যায়ালয়ে দিয়া ৰায়ে কেন্দ্ৰীয় চৰকাৰৰ স্বৰূপ উন্মোচন কৰিলে। ”

আনহাতে সংবাদমেলত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধেও সৰৱ হয় অনুৰূপা ডেকাৰজাই । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি শীঘ্ৰেই ৰোধ কৰিবলৈ দাবী জনায় আপৰ নেত্ৰী গৰাকীয়ে । সংবাদমেলত আপ অসমৰ আন এগৰাকী উপ সভাপতি সৌমিক সেনগুপ্ত, সংবাদ মাধ্যম কোষৰ সমন্বয়ক গুৰপ্ৰীত সিং উপ্পল আৰু যুৱ নেতা জিতু ডেকাও উপস্থিত থাকে ।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd