DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গেৰুৱা হ’ল শিৱসাগৰ: বিজেপিৰ দখলত শিৱসাগৰ জিলাৰ আটাইকেইখন পৌৰসভা

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
March 9, 2022 12:13 pm
Sivasagar municipal election result
2.8k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৬ মাৰ্চত ৰাজ্যত অনুষ্ঠিত হোৱা পৌৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়। শিৱসাগৰ জিলাৰ পাঁচখন পৌৰসভা আটাইকেইখন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়।

শিৱসাগৰ নগৰৰ পৌৰসভাৰ ১৪ টা ৱাৰ্ডৰ ভিতৰত ১২ টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হয়। ১ আৰু ২ নং ৱাৰ্ড ৰাইজৰ দলে লাভ কৰাৰ বিপৰীতে ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১১, ১২, ১৩, ১৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হয়।

কংগ্ৰেছ দলে শিৱসাগৰ পৌৰসভাত এটা ৱাৰ্ডতো জয় লাভ কৰিবলৈ সক্ষম ন’হল।

ডিমৌত মুঠ ১০ টা ৱাৰ্ডৰ ৮ টা ৱাৰ্ডতে বিজেপি জয়ী হোৱাৰ বিপৰীতে অগপই দুটা ৱাৰ্ডত জয়ী হয়।

ডিমৌ পৌৰ সভা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহল।

ইপিনে আমগুৰিত যুৱ কংগ্ৰেছী অংকিতা দত্তৰ নেতৃত্বত পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছ দলে ৪ টা ৱাৰ্ড দখল কৰাৰ বিপৰীতে বিজেপিয়ে ৩ টা, অগপই ২ টা আৰু ১ টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়।

আনহাতে নাজিৰা পৌৰসভাত ১০ টা ৱাৰ্ডৰ ভিতৰত ১০ টাতে বিজেপি জয়ী হয়। কংগ্ৰেছৰ ঘাটি হিচাপে চিহ্নিত নাজিৰা সমষ্টিৰ অন্তৰ্গত নাজিৰা পৌৰসভাত কংগ্ৰেছে এটা ৱাৰ্ডটো জয় লাভ কৰিবলৈ সক্ষম নহল।

তদুপৰি শিমলুগুৰি পৌৰসভাৰ মুঠ ১০ টা ৱাৰ্ডৰ ভিতৰত ৯ টা ৱাৰ্ডতে বিজেপি জয়ী হয়। মাত্ৰ এটা ৱাৰ্ড কংগ্ৰেছ দলে লাভ কৰিবলৈ সক্ষম হয়।

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd