• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

কৃষ্ণসাৰ হত্যাৰ গোচৰত পুনৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতাগৰাকীক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2021 2:50 pm
Salman Khan
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ অস্তস্তিত পৰিছে বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খান। কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰত পুনৰ আদালত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতাগৰাকীক।

যোৱা শনিবাৰে শুনানিৰ বাবে আদালতত হাজিৰ হোৱাৰ কথা আছিল যদিও আদালতৰ নিৰ্দেশ অমান্য কৰি আদালত উপস্থিত হোৱা নাছিল অভিনেতাগৰাকী।

Apply Now

ইয়াৰ পিছতে অভিনেতাগৰাকীক অহা ৬ ফেব্ৰুৱাৰীত আদালত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে আদালতে।

উল্লেখ্য যে ১৯৯৮ চনত যোধপুৰত ‘হাম সাথ সাথ হ্যে’ ছবিৰ শ্বুটিঙৰ সময়ত অভিনেতাগৰাকীৰ বিৰুদ্ধে কৃষ্ণসাৰ হত্যাৰ অভিযোগ উত্থাপন হৈছিল।

অভিযোগ অনুসৰি সতীৰ্থ অভিনেতা আৰু অভিনেত্ৰীসহ কৃষ্ণসাৰ চিকাৰৰ বাবে নিজেই গাড়ী চলাই গৈছিল ছলমান খান। তেওঁৰ লগত আছিল অভিনেতা চেইফ আলী খান, অবিনেত্ৰী টাবু আৰু সোণালী বেন্দ্ৰে।

মাৰণাস্ত্ৰৰেৰে তেওঁলোকে কৃষ্ণসাৰ হৰিণ হত্যা কৰা বুলি স্থানীয় লোকে অভিযোগ কৰিছিল। স্থানীয় লোকে দাবী কৰিছিল যে মাৰণাস্ত্ৰেৰে ছলমান খানসহ দলটোৱে কৃষ্ণসাৰ হৰিণ হত্যা কৰিছিল আৰু গুলীৰ শব্দ স্থানীয় লোকে শুনিবলৈ পাইছিল।

গুলীৰ শব্দৰ শুনি দৌৰি গৈ স্থানীয় লোকে মৃত অৱস্থাত এটা কৃষ্ণসাৰ হৰিণ পৰি থকা প্ৰত্যক্ষ কৰা বুলিও দাবী কৰিছিল।

স্থানীয় লোকক দেখা পায় মৃত হৰিণটো লৈ ছলমান খানসহ দলটো তাৰ পৰা গাড়ী লৈ উধাও হোৱা বুলি অভিযোগ কৰি আহিছে স্থানীয় লোকে।

ইয়াৰ পিছতে অভিনেতাগৰাকীৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু কৃষ্ণসাৰ হত্যাৰ গোচৰ ৰুজু কৰা হয়। এই গোচৰত অভিনেতাগৰাকীক আদালতে ২০১৮ চনত পাঁচ বছৰৰ কাৰাবাসৰ দণ্ড দিয়ে যদিও ৫০ হাজাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰে আদালতে। যাৰ ফলত মুকলি আকাশৰ তলত থাকিবলৈ সুযোগ লাভ কৰে অভিনেতাগৰাকীয়ে।

কিন্তু ইয়াৰ পিছৰে পৰা অভিনেতাগৰাকীয়ে মুঠ ১৭ বাৰ শুনানিৰ সময়ত আদালত উপস্থিত হোৱা নাছিল। সেয়ে এইবাৰ অভিনেতাগৰাকীক অহা ৬ ফেব্ৰুৱাৰীত আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে আদালতে।

উল্লেখ্য যে বিৰল প্ৰজাতিৰ কৃষ্ণলাৰ হৰিণ হত্যা কৰাটো বন্যপ্ৰাণী সুৰক্ষা আইন অনুযায়ী ভাৰতত দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd