• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাস মহোৎসৱ উপলক্ষে ‘ৰেচকিউ’ৰ ৰক্তদান শিবিৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 19, 2018 7:29 am

1 min read

ৰাস মহোৎসৱ উপলক্ষে ‘ৰেচকিউ’ৰ ৰক্তদান শিবিৰ
246
VIEWS
Share on FacebookShare on Twitter
১৮ নৱেম্বৰ অৰ্থাৎ দেওবাৰে শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান ‘ৰেচকিউ’ আৰু ৰাসলীলা মহোৎসৱ আৰু শংকৰী সংস্কৃতিক কলাকৃষ্টি সমাজৰ উদ্যোগত  ৰাসলীলা উপলক্ষে ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰা হয়।
শিৱসাগৰৰ গৌৰীসাগৰ  বেজগাঁৱত অনুষ্ঠিত হ’ব লগীয়া ৪২সংখ্যক ৰাসলীলা মহোৎসৱত এই ৰক্তদান শিবিৰ সম্পন্ন কৰা হয়। দিনৰ ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ ৩৫ জন ব্যক্তিয়ে এই ৰক্তদান শিবিৰত অংশ গ্ৰহণ কৰে।
আনহাতে একেটা অনুষ্ঠানতে  শদিয়া পৰা ধুবুৰীলৈকে নিজাববীয়াকৈ বস্ত্ৰ বিলায় মানৱীয়তা জীয়াই ৰাখিবলৈ ঢাপলি মেলি ফুৰা দৰিদ্ৰতাৰ বন্ধু তথা ৰেচকিউৰ অন্যতম কৰ্মকৰ্তা বিৰাজ হাজৰিকাৰ জন্মদিন উদযাপন কৰাৰ লগতে হাজৰিকাই বহুকেইগৰাকী দুখীয়া ব্যক্তিক বস্ত্ৰ প্ৰদান কৰে।
ইফালে লগতে অহা ২২, ২৩ আৰু ২৪  নৱেম্বৰত গৌৰীসাগৰৰ বেজগাঁৱত অনুষ্ঠিত হ’বলগীয়া ৪২ সংখ্যক ৰাস মহোৎসৱত সকলো ভক্তপ্ৰাণ ৰাইজক উপস্থিত থাকিবলৈ উদযাপন সমিতিয়ে অনুৰোধ জনাইছে।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd