• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নীলা শিয়ালৰ সাধু অতীত! এইবাৰ বাস্তৱতে দেখা গ’ল নীলা ৰঙৰ কুকুৰ! স্তম্ভিত বিজ্ঞানীসকলো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2025 1:23 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ চেৰ্নোবিল পাৰমাণৱিক শক্তি কেন্দ্ৰৰ আশে-পাশে থকা ‘নিষিদ্ধ অঞ্চল’ত হঠাতে দেখা গৈছে নীলা ৰঙৰ নোমৰ অস্বাভাৱিক কুকুৰৰ এটা দল! স্থানীয় বাসিন্দাৰ লগতে বিজ্ঞানীসকলও এই ঘটনা দেখি আচৰিত আৰু শংকিত হৈ পৰিছে।

১৯৮৬ চনত সংঘটিত হোৱা ভয়ংকৰ পাৰমাণৱিক দুৰ্ঘটনাৰ পিছত চেৰ্নোবিল অঞ্চল পৰিত্যক্ত হৈ পৰে। সেই সময়ৰ পোহনীয়া জন্তুৰ বংশধৰহে এতিয়া ইয়াত জীয়াই আছে। এই কুকুৰবোৰে দীৰ্ঘদিন ধৰি চেৰ্নোবিল বৰ্জন মণ্ডলত বাস কৰি আহিছে, যিটো এতিয়া এক অদ্ভুত জৈৱ বৈচিত্ৰ্যৰ প্ৰতীক হৈ পৰিছে।

Apply Now

‘ডগছ অৱ চেৰ্নোবিল’ নামৰ এটা সংস্থাই বহু বছৰ ধৰি এই অঞ্চলত ৭০০ৰো অধিক কুকুৰৰ যত্ন লৈ আহিছে। সংস্থাটোৱে ছ’চিয়েল মিডিয়াত নীলা নোমৰ কুকুৰকেইটাৰ ছবি প্ৰকাশ কৰাৰ পিছতে ভাইৰেল হৈ পৰে বিষয়টো।

সংস্থাটোৰ বিষয়াসকলে জনোৱা মতে, শেহতীয়াকৈ এটা নিয়মীয়া চিকিৎসা আৰু বন্ধ্যাকৰণ কাৰ্যসূচীৰ সময়ত তেওঁলোকে তিনিটা কুকুৰৰ নোমত এক অস্বাভাৱিক নীলা ৰং লক্ষ্য কৰিছিল। স্থানীয় ৰাইজৰ মতে, এসপ্তাহ পূৰ্বে কুকুৰকেইটা সম্পূৰ্ণ স্বাভাৱিক আছিল। হঠাৎ হোৱা এই পৰিৱৰ্তনত কেয়াৰ টিমটোও স্তম্ভিত হৈ পৰিছে।

তেওঁলোকৰ প্ৰাৰম্ভিক ধাৰণা হ’ল কুকুৰকেইটা পৰিত্যক্ত কাৰখানাৰ পৰা ৰাসায়নিক আৱৰ্জনা বা গধুৰ ধাতুৰ সংস্পৰ্শলৈ আহিব পাৰে। গৱেষকসকলে কয় যে অঞ্চলটোৰ পুৰণি উদ্যোগিক কাৰখানাৰ ৰাসায়নিক পদাৰ্থ এতিয়াও সক্ৰিয় হৈ থাকিব পাৰে।

ডগছ অৱ চেৰ্নোবিল সংস্থাটোৱে কয় যে, ‘আমি এতিয়াও নিশ্চিত নহয় যে কিয় এনেকুৱা হ’ল। ‘আমি জানিবলৈ তেওঁলোকক ধৰিবলৈ চেষ্টা কৰিছো। আমি কুকুৰবোৰৰ নোম, ছাল আৰু তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছো।’

কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল এই নীলা নোমৰ কুকুৰবোৰ একেবাৰে বেমাৰী যেন নালাগিল। ইয়াৰ বিপৰীতে সিহঁত “অতি সক্ৰিয় আৰু সুস্থ” আছিল বুলি সংস্থাটোৱে কয়।

এই ঘটনাই চেৰ্নোবিলৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিছে। বিকিৰণ প্ৰভাৱিত অঞ্চলৰ এনে পৰিৱৰ্তন প্ৰকৃতিৰ নতুন অভিযোজন নে অজ্ঞাত ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ সেই বিষয়ে এতিয়া বিজ্ঞানীসকলে অনুসন্ধান চলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd