DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মনোৰঞ্জনেৰে ভৰপূৰ বড়ো ভাষাৰ ছবি খামগ্লিনাই গৌছৌনিৰ শুভ মুক্তি

এমবি প্ৰডাকচন পৰ্বতঝৰাৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
February 5, 2022 7:51 pm
মনোৰঞ্জনেৰে ভৰপূৰ বড়ো ভাষাৰ ছবি খামগ্লিনাই গৌছৌনিৰ শুভ মুক্তি
100
VIEWS
Share on FacebookShare on Twitter

বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ হাব্ৰুবাৰীস্থিত ৰেলৱে উৰণীয়া সেতুৰ ডাউন-টাউন কাফেত আজি এমবি প্ৰডাকচন পৰ্বতঝৰাৰ বেনাৰত নিৰ্মিত একছন,ৰোমান্স,মনোৰঞ্জনেৰে ভৰপূৰ বড়ো ছবি খামগ্লিনাই গৌছৌনি মৌদৈ (দেই পুৰি হৃদয়ৰ চকুলো)ৰ শুভ মুক্তি দিয়া হয়৷

নিউবো ৱেব ছিৰিজৰ জৰিয়তে দৰ্শকে ছবিখন চাব পাৰিব৷ছবিখনৰ এক অনুষ্টুপীয়া কাৰ্যসূচীৰ জৰিয়তে শুভ উদ্বোধন কৰে বড়ো চলচ্চিত্ৰ জগতৰ কমেডী কিং মেন্ডেলা দৈমাৰীয়ে৷ছবিখনৰ কাহিনী,চিত্ৰ নাট্য আৰু নিৰ্দেশনা মিথু ৰাম ব্ৰহ্মৰ৷

সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ আলমত নিৰ্মিত ছবিখনৰ দৃশ্য কোকৰাঝাৰ,পৰ্বতঝৰা,বাগছা জিলাৰ কেবাটাও মনোমোহা লোকেছনত সম্পন্ন হৈছে৷

ছবিখনৰ নায়কৰ ভূমিকাত মিথু ৰাম ব্ৰহ্ম,নায়িকাৰ চৰিত্ৰত লীনা বসুমতাৰীয়ে ভুমুকি মাৰিছে৷আনপিনে ছবিখনৰ একছন সঞ্জু সৰকাৰৰ৷

লগতে কৌতুক অভিনেতা মস্কো বসুমতাৰী,ফৈলা বসুমতাৰীৰ বলিষ্ঠ অভিনয়ে দৰ্শকৰ মন জয় কৰিব বুলি আশা কৰা হৈছে৷

Recent News

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd