• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ জোৱানক আটক

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 7, 2020 12:39 pm

1 min read

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত বন বিভাগৰ বিশেষ বন সুৰক্ষা বাহিনীৰ জোৱানক আটক

ফটো : নৰ্থ-ইষ্ট নাও

465
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ আৰক্ষীৰ অভিযানকাৰী দলে গড়ঁৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত মঙ্গল বাৰৰ নিশা বন বিভাগৰ বিশেষ সুৰক্ষা বাহিনীৰ এজন জোৱানক আটক কৰে৷

গঁড়ৰ খৰ্গৰ সৈতে কৰায়ত্ব কৰা উৰুকা পেগু আৰু পৰিবাৰ কুনকুনী পেগুৰ স্বীকাৰোক্তিৰ আধাৰতেই বনবিভাগৰ বিশেষ সুৰক্ষা বাহিনীত কৰ্মৰত শশী দলেক কলিয়াবৰ মহকুমাৰ চেকনিত থকা স্পেচিয়েল টাস্ক ফৰ্চৰ চাউনিৰ পৰা যোৱা নিশা বোকাখাত আৰক্ষীয়ে আটক কৰে৷

উল্লেখ্য যে শশী দলে গঁড়ৰ খৰ্গৰ ব্যৱসায় আৰু গঁড় হত্যাৰ গোচৰত অভিযুক্ত গনেশ দলেৰ ভাতৃ৷

গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত গনেশ দলেক বন বিভাগ আৰু আৰক্ষীয়ে বিচাৰি আছে যদিও সম্প্ৰতি পলাতক হৈ আছে গনেশ দলে৷

গঁড় হত্যাৰ সৈতে জড়িত গনেশ দলেই কৃষি মন্ত্ৰী অতুল বৰাৰ আস্থাভাজন হৈ যোৱাতো পঞ্চায়ত নিৰ্বাচনত অসম গন পৰিষদ দলৰ হৈ বোকাখাতৰ মৰিধনশিৰি গাঁও পঞ্চায়তৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল৷

গঁড় খৰ্গৰ ব্যৱসায়ত জড়িত থকাৰ বাবে গনেশ দলেক অসম গণ পৰিষদ দলৰ পৰা বহিস্কাৰো কৰিছিল৷

ইফালে গঁড় হত্যাৰ সৈতে জড়িত থকাৰ অপৰাধত শশী দলেক পূৰ্বতেও আটক কৰিছিল বোকাখাত আৰক্ষীয়ে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd