• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুৰি হোৱা আটা বস্তাৰ সন্ধানত অভিযান চলাই দেশীয় সুৰাৰ ভাণ্ডাৰ উৎখাত বোকাখাত আৰক্ষীৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 26, 2020 1:08 pm
বোকাখাত আৰক্ষীৰ দলটো

বোকাখাত আৰক্ষীৰ দলটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ বৰচাপৰিত শনিবাৰে  ৰাতিপুৱা অবৈধভাৱে মজুত কৰি ৰখা প্রায় এশ টা দেশীয় সুৰাৰ বটল উদ্ধাৰ হয়।

বোকাখাতৰ যানবাহন আৰক্ষী শাখাৰ এখ বিশেষ অভিযানৰ সময়তে এই সুৰাৰ বটল সমূহ জব্দ হয়।

Apply Now

যানবাহন আৰক্ষী বিষয়াই জনোৱা মতে, শনিবাৰে ৰাতিপুৱা পশ্চিমবংগৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা এন এল ০১ এ বি ৫২০৩ নম্বৰৰ আটা ভর্তি ট্রাক এখন বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত দুর্ঘটনাত পতিত হােৱাৰ ফলত ট্রাকত থকা আটাৰ বস্তা ঘটনাস্থলীতে সিঁচৰতি হৈ পৰে ৷

ঘটনাৰ সময়ত সমীপৰ বহুকেইজন বাসিন্দাই দুৰ্ঘটনাগ্ৰস্ত গাড়ী খনৰ পৰা সিচৰিত হোৱা আটাৰ বস্তাবোৰ নিজ নিজ ঘৰলৈ লৈ যায় ।

উক্ত অভিযােগৰ পাছতে বোকাখাত যানবাহন আৰক্ষী বিষয়া গােবিন কাকতিৰ নেতৃত্বত যােৱা বোকাখাত যান-বাহন আৰক্ষীৰ এটি দলে আটাৰ বস্তাৰ সন্ধানত তালাচী চলায়  দুর্ঘটনাস্থলীৰ সমীপৰ বাসিন্দাৰ ঘৰৰ পৰা স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযােগত প্রায় ১৫ কুইন্টাল আটাৰ বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই অভিযানৰ সময়তে কেচু খান্দোতে সাপ ওলোৱাৰ দৰে স্থানীয় উজ্জ্বল ছহীছ আৰু ৰাজু গােৱালা নামৰ দুজন লােকৰ ঘৰৰ পৰা প্রায় ৬০ বটল অবৈধ চুলাই মদো জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ যোগ্য যে, আৰক্ষীৰ আগমনৰ উমান পাই বাসিন্দা সকলে ঘৰৰ পৰা পলায়ন কৰে।

দুর্ঘটনাত পতিত ট্রাকখনৰ পৰা প্রায় ১০০ বস্তা আটা চুৰি হােৱাৰ অভিযােগ উঠিছে আৰু ট্রাকখন বর্তমান বোকাখাত আৰক্ষীৰ জিম্মাত আছে  বুলি আৰক্ষী বিষয়াৰ পৰা জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, প্রথম পর্যায়ৰ লকডাউনৰ সময়তে বােকাখাত মহকুমাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহাৰ লগতে বহুসংখ্যক ভাটী আৰু ঘাটি আৰক্ষীয়ে নষ্ট কৰাৰ পাছত কিছু পৰিমানে চুলাই মদৰ প্ৰচলন নিয়ন্ত্ৰিত হৈছিল যদিও শনিবাৰৰ ঘটনাই বৰচাপৰিত  চুলাই মদৰ বেহা সংগোপনে চলি থকাৰ কথা পোহৰলৈ আনে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd