• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত মহকুমা প্রশাসনৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন: ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা

উত্তম শইকীয়া by উত্তম শইকীয়া
October 2, 2020 1:57 pm
IMG-20201002-WA0029

ফটো: নর্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্র দেশৰ লগতে বিভিন্ন কার্যসূচীৰে বোকাখাততো বোকাখাত মহকুমা প্রশাসনৰ উদ্যোগত মহাত্মা গান্ধীৰ জন্মদিন গান্ধী জয়ন্তী হিচাবে উদযাপন কৰা হয় ।

গান্ধী জয়ন্তী উপলক্ষে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাসে কার্যালয় প্রাংগনত প্রতিষ্ঠিত মহাত্মা গান্ধীৰ প্রতিমূর্তিত বন্তি প্রজ্বলন কৰাৰ লগতে পুষ্পমাল্য অর্পণ কৰে।

Apply Now

ইয়াৰ পাচত কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণ কৰে।

কোভিড-১৯ৰ সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি মহকুমা প্রশাসনে গান্ধী জয়ন্তী উপলক্ষে ছাত্র-ছাত্রীসকলৰ মাজত মহকুমাভিত্তিত অনলাইন ৰচনা আৰু বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত কৰে।

ক শাখাত নৱম শ্রেণীৰ পৰা দশম শ্রেণীৰ ছাত্র-ছাত্রীৰ মাজত হোৱা ৰচনা প্রতিযোগিতাত প্রথম স্থান দিল্লী পাবলিক স্কুলৰ ডলী আগৰৱালাই , দ্বিতীয় স্থান ৰজাবাৰী হাইস্কুলৰ চিনুপ্রিয়া শইকীয়াই আৰু তৃতীয় স্থান যুটীয়াভাবে খ্রীষ্টজ্যোতি হাইস্কুলৰ ভাৱনা গগৈ আৰু অভিলাষ গৌতমে লাভ কৰে ৷

উদগনিমূলক বঁটা লাভ কৰে ৰ’জ ইংলিছ হাইস্কুলৰ প্রাণ উজ্বল কার্ডঙে। খ শাখাত একাদশ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র-ছাত্রীৰ মাজত আয়োজিত ৰচনা প্রতিযোগিতাত প্রথম স্থান কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৃষ্ণা বৰাই , দ্বিতীয় স্থান বেষ্ট একাডেমীৰ স্নেহা বৰা বাঢ়ৈ আৰু তৃতীয় স্থান বেষ্ট একাডেমীৰ গৌৰৱ হাজৰিকাই লাভ কৰে।

আনহাতে, মহকুমা প্রশাসনক ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীৰ ছাত্র-ছাত্রীসকলৰ মাজত অনুষ্ঠিত কৰা বক্তৃতা প্রতিযোগিতাত প্রথম স্থান লাভ ৰজাবাৰী হাইস্কুলৰ অনামিকা চিন্তে, দ্বিতীয় স্থান লাভ কৰে খ্রীষ্টজ্যোতি হাইস্কুলৰ অংকিতা বৰা, তৃতীয় স্থান লাভ কৰে মহুৰামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অংকিতা শইকীয়াই ৷

উদগনিমূলক বঁটা লাভ কৰে দিল্লী পাব্লিক স্কুলৰ য়াচিকা পাটোৱাৰী আৰু ধনশিৰিমুখ জনজাতি চিনিয়ৰ বেচিক স্কুলৰ সঞ্জীৱ ছেত্রীয়ে।

উল্লেখযোগ্য যে, গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ১ অক্টোবৰত বোকাখাত মহকুমা প্রশাসনৰ উদ্যোগত তথা জে.ডি.এছ.জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগত বর্তমান সময়ত গান্ধীবাদী চিন্তাৰ প্রাসঙ্গিকতাঃ আত্মনির্ভৰশীলতাৰ আহ্বান বিষয়ৰ ওপৰত এখনি ৱেবিনাৰ অনুষ্ঠিত কৰা হয় ।

উক্ত ৱেবিনাৰখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ কৌস্তভ কুমাৰ ডেকাই ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd