• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বোকাখাত কুৰুৱাবাহীৰ অক্লান্ত বাওঁপন্থী নেতা বলো বৰাৰ কায়ীক প্ৰস্থান : ৰুদ্ধ হ’ল এটি বজ্ৰ কণ্ঠ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 30, 2024 3:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বাওঁপন্থী শিৱিৰটোৰ এগৰাকী অক্লান্ত যোদ্ধা বোকাখাত কুৰুৱাবাহীৰ বাওঁপন্থী নেতা বলো বৰাৰ মঙলবাৰে নিজা বাসগৃহত দেহাৱসান হয়।

বিগত এমাহ ধৰি বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ উপৰিও ২০২২ চনতে একাংগী ৰোগত আক্ৰান্ত হৈছিল প্ৰয়াত বাওঁপন্থী নেতাগৰাকী।

Apply Now

১৯৭২ চনৰ পৰা ১৯৭৯ চনলৈ বোকাখাতৰ কুৰুৱাবাহীত হোৱা সাত বছৰীয়া ঐতিহাসীক বান খহনীয়া বিৰোধী মৰিয়াহোলা আন্দোলনৰ বক্ষৰ পৰাই উঠি আহি বাওঁ ৰাজনীতিৰ লগত জড়িত হৈ পৰা প্ৰয়াত বলো বৰা সঁচা অৰ্থতেই আছিল এজন প্ৰকৃত কমিউনিষ্ট।

কোনো দিনেই আদৰ্শৰ লগত আপোচ নকৰা তেওঁ আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰো সৰ্বক্ষণৰ কৰ্মী।

উল্লেখযোগ্য আধুনীক কুৰুৱাবাহীৰ নিৰ্মাতা প্ৰয়াত বাওঁপন্থী নেতা কমলেশ্বৰ ৰাজখোৱাৰ তেওঁ আছিল সুযোগ্য উত্তৰসূৰী।

সমগ্ৰ অসমযুৰি বিস্তাৰিত হৈ থকা কমৰেড বলো বৰাৰ কৰ্মখেত্ৰখনত ফেচিষ্ট ৰাষ্ট্ৰযন্ত্ৰই যেতিয়াই নিঃস্ব, খাটিখোৱা কৃষক-শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰিছিল তেতিয়াই বলিষ্ঠ কণ্ঠৰে গৰজী উঠিছিল কমৰেড বলো বৰা।

নিজৰ জন্মস্থান কুৰুৱাবাহীৰো সৰ্বাংগীন উন্নয়ণ আৰু কৃষক শ্ৰমিকৰ অধিকাৰ প্ৰশ্নত কোনোদিনেই আপোচ নকৰিলে এইজন অক্লান্ত কমিউনিষ্ট নেতাই।
ইয়াৰ উপৰিও কুৰুৱাবাহীৰ শৈক্ষিক আন্দোলনৰ গুৰি ধৰি প্ৰতিষ্ঠা কৰিলে কুৰুৱাবাহীৰ অগ্ৰনী শিক্ষানুষ্ঠান আৰ্যভট্ট বিদ্যাপীঠ, নেতৃত্ব দিলে সমবায় আন্দোলনৰো।

ঐতিহাসীক কুৰুৱাবাহীৰ সাংস্কৃতিক ক্ষেত্ৰখনত আজিও বিৰামহীন ভাৱে কাৰ্যসূচি অব্যাহত ৰখা কুৰুৱাবাহী যুৱক সংঘৰো ১৯৭১ চনৰ পৰা ১০ বছৰ সম্পাদকৰ দায়িত্বত থাকি নেতৃত্ব দিছিল প্ৰয়াত বলো বৰাই। নিজৰ সাংস্কৃতিক যাত্ৰাত ১৯৮৪ চনৰ পৰা ১৯৬৪ চনলৈ ভাম্যমান নাট্যজগতত বলিষ্ঠ অভিনয়ৰে এগৰাকী অভিনেতা হিছাপেও পৰিচিতি লাভ কৰিছিল তেওঁ।

১৯৭৭চনৰ আধিয়াৰ আইন আন্দোলনৰো সংগ্ৰামী
এইগৰাকী অক্লান্ত বাওঁপন্থী যোদ্ধাই ১৯৮৮ চনত নিখিল ভাৰত যুৱ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদক আৰু ২০১১ চনত নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব গ্ৰহন কৰি নিষ্ঠাৰে কৃষক-শ্ৰমিকৰ পক্ষত থিয় দিছিল।

অসম আন্দোলনৰ সময়তো নিৰ্যাতনৰ বলি হৈছিল তথাকথিত জাতীয়তাবাদীৰ।

মঙলবাৰে বিয়লি এইজন কৃষক-শ্ৰমিক নেতাৰ কায়ীক প্ৰস্থানৰ লগে লগেই শোকস্তবদ্ধ হৈ পৰে সমগ্ৰ বোকাখাত। কুৰুৱাবাহীৰ নিজা বাসগৃহ, কুৰুৱাবাহী যুৱক সংঘ, আৰ্যভট্ট বিদ্যাপীঠ, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপাল দেৱ নাট্যমন্দিৰ প্ৰাংগণত শোকস্তব্ধ অনুৰাগীয়ে অৰ্পন কৰে স্বতঃস্ফূৰ্ত শ্ৰদ্ধাঞ্জলি।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd