• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ প্ৰবীন সাংবাদিক, শিক্ষাবিদ ভৱেশ শইকীয়ালৈ সদৌ অসম মইনা পাৰিজাতৰ ‍‘শিশুবন্ধু’ উপাধি

উত্তম শইকীয়া by উত্তম শইকীয়া
June 27, 2020 2:10 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লগতে মইনা পাৰিজাতৰ প্রসাৰ আৰু প্রচাৰৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবে সদৌ অসম মইনা পাৰিজাতে ২০১৯ বর্ষৰ বাবে আগবঢােৱা উপাধি প্রাপক সকলৰ নাম আজি ঘোষণা কৰিছে।

সংগঠনটোৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্য বিভিন্ন জনলৈ আগবঢ়োৱা শিশু মহীয়ান আৰু শিশুবন্ধু উপাধিৰ তালিকা ঘোষণা কৰিছে সংগঠনটোৱে।

Apply Now

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বোকাখাতৰ জ্যেষ্ঠ নাগৰিক আৰু প্ৰবীণ সাংবাদিক ভৱেশ শইকীয়ালৈ সদৌ অসম মইনা পাৰিজাতে ২০১৯ বৰ্ষৰ শিশুবন্ধু উপাধি আগবঢ়াইছে।

ভৱেশ শইকীয়ালৈ আগবঢ়োৱা এই স্বীকৃতিত বোকাখাত জিলা মইনা পাৰিজাতৰ লগতে বোকাখাতবাসীও অতিশয় সুখী আৰু আনন্দিত হৈছে। বিভিন্ন দল সংগঠনৰ লগতে বোকাখাত জিলা মইনা পাৰিজাতেওঁ ভৱেশ শইকীয়ালৈ আভিনন্দন জ্ঞাপন কৰিছে । 

১৯৫৫ চনতেই প্ৰতিষ্ঠা হোৱা বোকাখাত মইনা পাৰিজাতৰ জন্ম লগ্নৰে পৰাই জড়িত ভৱেশ শইকীয়াই বিগত চাৰিটা দশকেই সংগঠনটোৰ সৈতে জড়িত হৈ বোকাখাত মইনা পাৰিজাতৰ স্থায়ীগৃহ আৰু বোকাখাতৰ শিশুগৃহ প্ৰতিষ্ঠা কৰিছিল।

এই শিশুগৃহই পাঁচলৈ বোকাখাতৰ অনাথ আশ্ৰম হৈছিল গৈ৷ ১৯৫৫ চনত বোকাখাত মইনা পাৰিজাত গঠন হোৱাৰ সময়ত সদৌ অসম মইনা পাৰিজাত আৰু গোলাঘাট জিলা মইনা পাৰিজাতেই গঠন হোৱা নাছিল।

১৯৫৮ চনত ডিব্ৰুগড়ত সদৌ অসম মইনা পাৰিজাত আৰু ইয়াৰ অধীনতে গোলাঘাট জিলা মইনা পাৰিজাত গঠন হয়৷ গোলাঘাট জিলাৰ দ্বিতীয়জন সম্পাদক হিচাবে ভৱেশ শইকীয়াৰ দিনতে জিলাখনত আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হৈছিল৷

সম্প্ৰতি নব্বৈ বছৰোৰো উৰ্ধৰ প্ৰবীন সাংবাদিক ভৱেশ শইকীয়া আসাম প্ৰেছ কৰে’চপন্ডেন্ট ইউনিয়নৰ চমুকৈ আপকু আৰু বোকাখাত প্ৰেছ ক্লাবৰো প্ৰতিষ্ঠাপক সভাপতি আছিল।

সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধিৰ বাবে বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু ইমজাৰ তৰফৰ পৰা ভৱেশ শইকীয়াক আজি অভিনন্দন জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd