• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২০০ কোটিৰ কেলেংকাৰীত অভিনেত্ৰী জেকলিন :: ‘কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই জেকলিনক’ – এই প্ৰশ্ন আদালতৰ

জামিন লাভ কৰিয়েই জেকলিনে বিদেশলৈ যোৱাৰ চেষ্টা চলাইছিল যদিও আদালতৰ ‘লুক আউট’ জাননীৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
November 11, 2022 1:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ এইবাৰ জড়িত হৈ পৰিছে বৃ্হৎ ধনৰ কেলেংকাৰীৰ সৈতে। শেহতীয়াকৈ এই কথাক লৈ বিভিন্ন মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰিছে। ২০০ কোটি টকাৰ পুঁজি আত্মসাৎৰ এটা গোচৰত জেকলিনৰ নাম জড়িত হৈ পৰিছে সুকেশ চন্দ্ৰ শেখৰৰ সৈতে।

উল্লেখ্য যে সুকেশ চন্দ্ৰ শেখৰৰ সৈতে জেকলিনৰ আছিল এক বিশেষ সম্পৰ্ক। এই সূত্ৰেই মূল অভিযুক্ত সুকেশ চন্দ্ৰ শেখৰৰ সৈতে জড়িত থকাৰ তথ্য অনুসৰি তদন্তকাৰী সংস্থা ইডি (ED)- এ জেৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল শ্ৰীলংকান মূলীয় অভিনেত্ৰী গৰাকীক। ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত  ইডি এ পাঁচবাৰকৈ গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে জেকলিনক।

Apply Now

যোৱা আগষ্ট মাহত ইড – এ জেকলনিক চমন জাৰী কৰিছিল যদিও ১৭ ছেপ্তেম্বৰৰ দিনা জেকলিনক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰা হয়।  জামিন আবেদনৰ শুনানিৰ সময়ত ইডিয়ে অভিযোগ কৰিছিল যে জেকলিনে নিজৰ মোবাইলৰ পৰা সকলো তথ্য ডিলিট কৰি তদন্তকাৰীক বিপথে পৰিচালিত কৰিছিল। তদন্তত তেওঁ সহযোগ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছিল ইডি-এ। পিছে জামিন লাভ কৰিলে জেকলিনে।

জামিন লাভ কৰিয়েই জেকলিনে বিদেশলৈ যোৱাৰ চেষ্টা চলাইছিল যদিও আদালতৰ ‘লুক আউট’ জাননীৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। কিন্তু ইডি এ এইবাৰ গ্ৰেপ্তাৰ নকৰাৰ বাবে আদালতৰ জেৰাৰ আওতালৈ আহিছে। দিল্লীৰ পাটিৱালা গৃ্হ আদালতৰ প্ৰশ্ন, অপৰাধৰ প্ৰমাণ থাকিলেও জেকলিনক ইডিয়ে গ্ৰেপ্তাৰ কৰা নাই কিয়? অৱশ্যে আজি শুক্ৰ বাৰে আদালতে এই গোচৰটোৰ শুনানি প্ৰদান কৰিব। এই শুনানিৰ পিছতেই হয়তো গ্ৰেপ্তাৰ কৰা হ’ব পাৰে জনপ্ৰিয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক। অথবা পুনৰ জেৰাৰ সন্মুখীন হ’ব পাৰে জেকলিন। এতিয়া এই কথাই শংকিত কৰি তুলিছে জেকলিনৰ অনুৰাগীসকল।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd