• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত অংশ ল’লে বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2019 10:52 pm

1 min read

তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত অংশ ল’লে বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ, ২০১৯

482
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আজি দ্বিতীয় দিনা উপস্থিত থাকিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মনীষা কৈৰালা।

উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদে আয়োজন কৰা এই সাহিত্য উৎসৱত আজি দেশ-বিদেশৰ দুকুৰিৰো অধিক লেখক-সাহিত্যিকে পাঠকৰ সৈতে ১৫ খনতকৈও অধিক আলোচনাচক্ৰত মিলিত হয়।

আৰ্জেণ্টিনাৰ পৰা অহা বিশিষ্ট সাহিত্যিক জুৱান স্কলাৰে সঞ্চালনা কৰা কথাশিল্প সম্পৰ্কীয় আলোচনাচক্ৰত ফৰাচী লেখক হুবাৰ্ট হাডাড, মালয়ালাম গল্পকাৰ এন এছ মাধৱেন, লেখিকা জাহ্নৱী বৰুৱা, গল্পকাৰ কুলধৰ শইকীয়া আৰু শিৱানন্দ কাকতিয়ে অংশগ্ৰহণ কৰে।

আনহাতে আজি শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ আকৰ্ষণৰ মধ্যমণি হৈ পৰে বলিউডৰ অভিনেত্ৰী মনীষা কৈৰালা। দুৰাৰোগ্য কৰ্কট ৰোগক জয় কৰা কৈৰালাই তেওঁৰ ‘হিল্ড’ শীৰ্ষক গ্ৰন্থখনক লৈ অনুষ্ঠিত এক আলোচনাত অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰী তথা সাহিত্য অনুৰাগীসকলে ভিৰ কৰা আজিৰ আন এক আকৰ্ষণীয় কাৰ্যসূচী আছিল ম্যানমাৰৰ পৰা অহা তাৰা নৌচন তাৰাৰ ‘পয়েত্ৰি ইন মোচন’। মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত দৰ্শকে ঠাহ খাই পৰা পৰিলক্ষিত হয়।

Recent News

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

IMG-20210127-WA0006

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd